• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ত আৰু ৯গৰাকী বিএছএফ জোৱান কোভিড-১৯পজিটিভ

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , July 9, 2020 5:02 pm

1 min read

BSF-COVID19-positive-1140x570

প্রতিনিধিত্বমূলক ফটো।

3.3k
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত আৰু ৯গৰাকী সীমান্ত সুৰক্ষা বাহিনী( বিএছএফ) জোৱানৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কে ছাংমাই বৃহস্পতিবাৰে এটা টুইটৰ জৰিয়তে এই কথা নিশ্চিত কৰিছে।

এই নতুনকৈ হোৱা পজিটিভৰ ফলত বৃহস্পতিবাৰে বিয়লিলৈকে ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা ৫৭গৰাকীৰ পৰা ৬৬গৰাকীলৈ বৃদ্ধি পালে।

9 more BSF personnel have tested positive for COVID19 in East Khasi Hills

Total Active 66
Total recovered 45

— Conrad Sangma (@SangmaConrad) July 9, 2020

ইয়াৰ পূৰ্বে ৰাতিপুৱা এগৰাকী বিএছএফ জোৱান আৰু বিহাৰ তথা দিল্লীৰ পৰা উভতি অহা আন দুগৰাকী লোককে ধৰি তিনিগৰাকী ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

নতুনকৈ আক্ৰান্ত হোৱা কেইগৰাকীৰ সৈতে এটা দিনত মুঠ ১০গৰাকী বিএছএফ জোৱানৰ কোভিড-১৯ পজিটিভ ধৰা পৰে।

এতিয়ালৈ মাত্ৰ ৪৫গৰাকী লোক সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰিছে।

এই মাৰাত্মক ৰোগত মেঘালয়ত এগৰাকী কোভিড-১৯ পজিটিভ ৰোগীৰ মৃত্যু হৈছে।

Tags: COVID-19

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd