• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোত মঙলদৈত আৰু ৯ জন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

Mayukh Goswami ময়ূখ গোস্বামী
মঙলদৈ , March 26, 2019 7:01 pm

1 min read

mangaldoi-constituency

মঙলদৈ লোকসভা সমষ্টিৰ ভূচিত্ৰাবলী। উৎস-ইণ্টাৰনেট

733
VIEWS
Share on FacebookShare on Twitter

দ্বিতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত সোমবাৰে ৯ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে মঙলদৈ লোকসভা সমষ্টিত। সোমবাৰে মনোনয়ন দাখিল কৰা ৯ জন প্ৰাৰ্থীক ধৰি সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পালে।

উল্লেখযোগ্য যে, মনোনয়ন দাখিল কৰা প্ৰাৰ্থী সকল হৈছে- জয়ন্ত কুমাৰ কলিতা(নিৰ্দলীয়), মনিৰাম বসুমতাৰী(হিন্দুস্তান নিৰ্মান দল), গন্ধেশ্বৰ মুছাহাৰী(আন্তঃৰাষ্ট্ৰীয় ভোটাৰ পাৰ্টি), ভূপেন চন্দ্ৰ দাস(পূৰ্বাঞ্চল জনতা পাৰ্টি-চেকুলাৰ), আইনুল হক(অসম জন মৰ্চা), স্বৰ্ণলতা চলিহা(এচ য়ু চি আই-কমিউনিষ্ট), কাজি নাকিব আহমেদ(নিৰ্দলীয়), শুধেন্দু মোহন ঠাকুৰ(অল ইণ্ডিয়া ত্ৰিণামূল কংগ্ৰেছ)আৰু ৰাতুল আহমেদ (ৰিপাব্লিক পাৰ্টি অব ইণ্ডিয়া-এ)।

আনহাতে, মঙলদৈ লোকসভা সমষ্টিত মনোনয়ন দাখিল কৰা প্ৰাৰ্থী সকলৰ ভিতৰত এজন মহিলা প্ৰাৰ্থী আছে। মঙলবাৰে মনোনয়ন পত্ৰ পুনৰীক্ষণ কৰা হ’য়। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২৯ মাৰ্চ।

মঙলদৈ সমষ্টিত বিজেপিয়ে ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়াক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাক প্ৰাৰ্থী হিচাপে থিয় কৰাইছে। ১৮ এপ্ৰিলত সমষ্টিটোত নিৰ্বাচনত অনুষ্ঠিত হ’ব।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd