• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

ম্যানমাৰ সীমান্তত গ্ৰেপ্তাৰ এন ডি এফ বি(ছা)ৰ ৯ জনকৈ দুৰ্ধৰ্ষ সদস্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 3, 2018 8:47 am

1 min read

ম্যানমাৰ সীমান্তত গ্ৰেপ্তাৰ এন ডি এফ বি(ছা)ৰ ৯ জনকৈ দুৰ্ধৰ্ষ সদস্য
532
VIEWS
Share on FacebookShare on Twitter

২ নৱেম্বৰ তথা দেওবাৰে আৰক্ষী আৰু সেনাবাহিনীয়ে গোপন সূত্ৰৰ আধাৰত অৰুণাচলৰ জয়ৰামপুৰত যুটীয়া অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়।

এই অভিযানকালত আৰক্ষী-সেনা বাহিনীৰ দলটোৱে জয়ৰামপুৰ থানাৰ অন্তৰ্গত চামৰোৰ পৰা ৯ জনকৈ এন ডি এফ বি (ছাউৰাগ্ৰা)ৰ দুৰ্ধৰ্ষ কেডাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সদস্যকেইজন ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত এন ডি এফ বি(ছা)ৰ ৪২ নং গোটৰ সদস্য বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আটকাধীন এন ডি এফ বি(ছা)ৰ সদস্য কেইগৰাকী হ’ল ক্ৰমে ধৃত সুলেখা ব্ৰহ্ম, সুমুৰীয়া নাৰ্জাৰী, ৰাজেশ বসুমতাৰী, গাওদাং মুছাহাৰী, ৰীতা স্বৰ্গীয়াৰী, মণিৰাম বসুমতাৰী, ৰত্নজা নাৰ্জাৰী, বিনাৰাম নাৰ্জাৰী আৰু দিলীপ নাৰ্জাৰী।

উল্লেখযোগ্য যে ধৃত এন ডি এফ বি(ছা)ৰ দুৰ্ধৰ্ষ সদস্য কেইজনে ম্যানমাৰৰ পৰা অসমত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰি জয়ৰামপুৰ আৰক্ষীৰ সহযোগত সেনা বাহিনীয়ে এম্বুচ কৰি দুৰ্ধৰ্ষ সদস্য কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত সদস্যকেইজনৰ পৰা এ কে ৪৭, এ কে ৫৬, পিষ্টলসহ ৯ টা মাৰণাস্ত্ৰৰ লগতে বৃহৎ সংখ্যক সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd