• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হৃদৰোগত আক্ৰান্ত হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু! হঠাৎ টিফিন বাকচৰ ওপৰত পৰি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2025 9:35 am
64
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ৯ বছৰীয়া, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।দুপৰীয়া কণমানিজনী টিফিন খাবলৈ বহি আছিল খোৱা নাছিল।আৰু হঠাৎ কণমানিগৰাকীৰ চেতনা হেৰাই যায়। যাৰ পাছত শিক্ষকসকলে লৰালৰিকৈ ছাত্ৰীগৰাকীৰ ওচৰ পাইগৈ। খৰধৰকৈ তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পৰাই তেওঁক ডাঙৰ চিকিৎসালয়লৈ বদলি কৰা হয় যদিও তেওঁক ৰক্ষা কৰিব পৰা নাছিল। মঙলবাৰে পুৱা ৰাজস্থানৰ এখন বিদ্যালয়ত সংঘটিত হয় এই কৰুণ ঘটনা।

ৰাজস্থানৰ ছিকাৰ জিলাৰ দন্তা চহৰত সংঘটিত হৈছে এই ঘটনা। ৯ বছৰীয়া প্ৰাচী কুমাৱতৰ মৃত্যু। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ছাত্ৰীগৰাকীৰ কোনো ধৰণৰ শাৰীৰিক অসুস্থতা নাছিল। অৱশ্যে ছিকাৰৰ আদৰ্শ বিদ্যামন্দিৰ বিদ্যালয়ৰ অধ্যক্ষ নন্দকশোৰ তিৱাৰীয়ে কয় যে বিগত তিনি-চাৰি দিন ধৰি প্ৰাচী বিদ্যালয়ত অনুপস্থিত আছিল। তেওঁৰ সামান্য চৰ্দি হৈ আছিল। অৱশ্যে সোমবাৰৰ পৰা স্কুললৈ আহিছিল। তেওঁ খেলা-ধূলা কৰি আছিল, প্ৰাৰ্থনাত অংশ লৈছিল, কেইবাটাও ক্লাছ লৈছিল।

চিকিৎসকে কয় যে প্ৰাচী হৃদৰোগত আক্ৰান্ত হ’ব পাৰে। তাৰ শৰীৰৰ লক্ষণবোৰে সেই দিশলৈ আঙুলিয়াই দিছিল। চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে জনোৱা মতে, ৯ বছৰীয়া শিশুটিক চিকিৎসালয়লৈ অনাৰ সময়ত তেওঁৰ হৃদস্পন্দন নাছিল। চিপিআৰৰো কোনো কাম নাছিল। অক্সিজেন আৰু সকলো জৰুৰীকালীন ঔষধে তেওঁক বচাব পৰা নাছিল। প্ৰাচীৰ আকস্মিক মৃত্যুত পৰিয়াল আৰু ওচৰ-চুবুৰীয়াই শোক প্ৰকাশ কৰিছে।

Recent News

নিৰ্বাচনমুখী বিহাৰঃ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ ঘোষণা নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰঃ ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ১২৫ ইউনিট বিনামূলীয়া বিদ্যুতৰ ঘোষণা নীতিশ কুমাৰৰ

হৃদৰোগত আক্ৰান্ত হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু! হঠাৎ টিফিন বাকচৰ ওপৰত পৰি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু! হঠাৎ টিফিন বাকচৰ ওপৰত পৰি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ দেহাৱসান

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd