• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত ৯০খন গাঁও বানৰ কবলত; ষষ্ঠ দিনৰ বাবে বন্ধ ফেৰীৰ চলাচল

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
July 14, 2019 8:11 pm
মাজুলীত বানৰ ছবি। ফটো য়ু বি

মাজুলীত বানৰ ছবি। ফটো য়ু বি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ আন আন বানাক্ৰান্ত ঠাইৰ লগতে মাজুলীতো বৰ্তমান বান পৰিস্থিতিয়ে উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। আজি ষষ্ঠ দিনালৈকে জিলাখনৰ ৯০খন ৰাজহ গাঁও বানৰ কবলত পৰাৰ লগতে ৭৮৫৪৭ গৰাকী লোক বান-বিপৰ্যয়ৰ সন্মুখীন হৈছে।

আজি নিশা পৰ্যন্ত বনপীড়িত ৰাইজৰ বাবে মাজুলী জিলা প্ৰশাসনে ৬ টা সাহাৰ্য্য শিবিৰ মুকলি কৰিছে। এই শিবিৰ কেইটাত এতিয়ালৈকে মুঠ ৪৬৯ গৰাকী লোকে আশ্ৰয় লৈ আছে বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

Apply Now

ইয়াৰে মহৰিচুক জনজাতি হাইস্কুলত মুকলি কৰা আশ্ৰয় শিবিৰত ১৭গৰাকী, দক্ষিণ আঁহতগুৰিৰ বানপীড়িত লোকসকলৰ বাবে ধোদাং নৱজ্যোতি হাইস্কুলত স্থাপন কৰা শিবিৰত ২০০ গৰাকী, পূব মাজুলীৰ মেৰাগড় মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা শিবিৰত ২০ গৰাকী, আউনিআটী হাইস্কুলৰ শিবিৰত ২০০ গৰাকী তথা কৰতিপাৰ গাঁও পঞ্চায়ত কাৰ্যালয় আৰু কৰতিপাৰ হাইস্কুলত থকা আন দুটা শিবিৰত ১০৭ গৰাকী বানপীড়িত লোকে আশ্ৰয় লৈ আছে।

জিলা প্ৰশাসনে বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত আজি ৪১৭ কুইণ্টল চাউল, ৭৪.৭ কুইণ্টল দাইল, ২৩ কুইণ্টল নিমখ বিতৰণ কৰাৰ লগতে অতিৰিক্তভাৱে সাহাৰ্য্য শিবিৰত ৩০ লিটাৰ মিঠাতেল, ৩২ পেকেট চেৰেলেক, ১৩খন আঁঠুৱা, ২৫ পেকেট ম’হ খেদা ক’ইল, ৪৫ পেকেট ম’মবাতি আৰু ৪৪ খন টাৰ্পোলিন বিতৰণ কৰে।

ব্ৰহ্মপুত্ৰ মঠাউৰিৰ বিভিন্ন অংশত শেহতীয়াকৈ ওলোৱা পানীৰ উঁহৰ লগতে বৰষুণত খহা অংশসমূহ জিলা প্ৰশাসনৰ নিৰ্দেশত জলসম্পদ বিভাগে পুণৰ মেৰামতি কাৰ্য অব্যাহত ৰাখিছে বুলি জনোৱা হয়।

ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ এতিয়াও বিপজ্জনক হৈ থকাৰ সূত্ৰে আভ্যন্তৰীণ জলপৰিবহন বিভাগে আজি ক্ৰমাগত ষষ্ঠ দিনৰ বাবেও ব্ৰহ্মপুত্ৰত মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱা বন্ধ ৰাখে।

এই ফেৰীসেৱা বন্ধ থকাৰ বাবে নিমাতী তথা যোৰহাটত আৱদ্ধ হৈ থকা মাজুলীৰ লোকসকলক ঘৰলৈ অহাৰ বাবে জিলা প্ৰশাসনে নিমাতীৰ পৰা ডিব্ৰুগড়, ধেমাজী, গোগামুখ, ঢকুৱাখনা হৈ মাজুলীলৈ বিনামূলীয়া বাছ চলোৱাৰ ব্যৱস্থা কৰিছ।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd