• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এছিয়াৰ ১০০খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ ভিতৰত তেজপুৰ বিশ্ববিদ্যালয়

NE NOW NEWS এন ই নাও নিউজ
তেজপুৰ , February 8, 2018 2:23 pm

1 min read

1 / 1 – tezpur-photo-570x320.jpg
117
VIEWS
Share on FacebookShare on Twitter

‘দ্য টাইমছ হায়াৰ এডুকেচন’ গ্ৰুপে শেহতীয়াভাৱে প্ৰকাশ কৰা এছিয়া ইউনিভাৰ্চিটি ৰেংকিঙত বিশ্বৰ বহু আগশাৰীৰ – উন্নতমানৰ শৈক্ষিক প্ৰতিষ্ঠানৰ ভিতৰত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ১০০ সংখ্যক স্থান লাভ কৰি  দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বৰ বছৰৰ ৰেংকিঙত তেজপুৰ বিশ্ববিদ্যালয়ৰ স্থান আছিল ১৩১-১৪০।

উল্লখ্য যে ভাৰতৰ সমূহ বিশ্ববিদ্যালয়ৰ ভিতৰত তেজপুৰ বিশ্ববিদ্যালয় হৈছে এখন আগশাৰীৰ বিশ্ববিদ্যালয় আৰু বৰ্তমান দেশৰ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত সপ্তম স্থানত থকা বিশ্ববিদ্যালয়।

গৱেষণা শিতানত তেজপুৰ বিশ্ববিদ্যালয়ে আইএছচি বাংগালুৰু, আইআইটি বম্বে আৰু আইআইটি খড়গপুৰৰ পাছতে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰণিধানযোগ্য যে ‘দ্য টাইমছ হায়াৰ এডুকেচন’ গ্ৰুপে গৱেষণা, জ্ঞানৰ আদান প্ৰদান, শৈক্ষিক প্ৰণালী আদিৰ ওপৰত ভিত্তি কৰি শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহ নিৰ্বাচিত কৰি আহিছে।

আনহাতে তালিকাখনত আইআইএছ বাংগালুৰুয়ে ২৯ সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে  আইআইটি বম্বে আৰু আইআইটি খড়গপুৰ, আইআইটি কানপুৰ, আইআইইটি দিল্লীয়েও স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ৰূপালী জয়ন্তী বর্ষ চলি থকা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বাবে ই এক সুখবৰ। ইয়ে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ লগতে ৰাজ্যবাসীক উৎসাহিত কৰি তুলিছে।

 

Tags: তেজপুৰ

Recent News

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

UPPL

য়ুপিপিএলৰ পাভ লুটি! : দুৰ্নীতি পৰায়ণ বুলি গোচৰ তৰি ৰঙা দলিচাৰে আদৰিলে অভিযুক্ত ঠিকাদাৰক

প্ৰধানমন্ত্ৰীৰ কলকাতা যাবলৈ সময় আছে, কিন্তু কৃষকক লগ কৰিবলৈ সময় নাই : শাৰদ পাৱাৰ

প্ৰধানমন্ত্ৰীৰ কলকাতা যাবলৈ সময় আছে, কিন্তু কৃষকক লগ কৰিবলৈ সময় নাই : শাৰদ পাৱাৰ

WhatsApp Image 2021-03-07 at 2.19.05 PM

IPLৰ সূচী ঘোষণা; উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd