• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

১৫ ফেব্ৰুৱাৰিত নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব দৰ্জী খাণ্ডু ৰাজ্যিক সভাকেন্দ্ৰ

NE NOW NEWS প্ৰনব কুমাৰ দাস
তেজপুৰ , February 13, 2018 11:16 pm

1 min read

Dorjee Khandu State Convention Centre
60
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুৱে আজি ইটানগৰৰ আই জি পাৰ্কত নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক দৰ্জী খাণ্ডু ৰাজ্যিক সভাকেন্দ্ৰটো নিৰীক্ষণ কৰে।

অহা ১৫ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উক্ত কেন্দ্ৰটো উদ্বোধন কৰিব।

ৰাজ্যিক সভাকেন্দ্ৰটোত ১০০০ গৰাকী লোক বহিব পৰা প্ৰধান প্ৰেক্ষাগৃহ, ৩টা সৰু সভাগৃহ, ৰেষ্টোৰাঁ, প্ৰশাসনিক ভৱন তথা সংবাদ মাধ্যমৰ বাবেও নিৰ্দিষ্ঠ থাই থকাৰ লগতে এটা মুকলি প্ৰক্ষাগৃহ থাকিব।

সভাকেন্দ্ৰটোৰ প্ৰৱেশদ্বাৰত আবো টানি, জীত এনী, তেওঁলোকৰ পুত্ৰ আৰু কুকুৰ (কিপু)ৰ প্ৰতিমুৰ্তি স্থাপন কৰা হৈছে।

অত্যধুনিক প্ৰযুক্তিৰে সাজি উলিওৱা সভাকেন্দ্ৰটোৰ প্ৰক্ষাগৃহটো ৰাজ্যখনৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ প্ৰেক্ষাগৃহ। ইয়াত ছেমিনাৰ, চলচ্চিত্ৰ প্ৰদৰ্শনী, থিয়েটাৰ তথা সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ সুবিধা থাকিব।

আজি পুৱাৰ ভাগত মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰধান মন্ত্ৰীৰ ভ্ৰমণক লৈ ৰাজ্যপাল বিডি মিশ্ৰৰ সৈতে আলোচনাত বহে, আলোচনাটোত ৰাজ্যৰ মুখ্য সচিব সত্য গোপালো উপস্থিত আছিল।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd