• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত বন্ধ কৰি দিয়া হ’ল ৯৯ লাখ হোৱাটছএপ একাউণ্ট! আপুনি কেনেকৈ হাত সাৰিব এই সমস্যাৰ পৰা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2025 9:15 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোৱাটছএপৰ জৰিয়তে বৃদ্ধি পাইছে চাইবাৰ অপৰাধ।যাৰ বাবে বিত্তীয় কেলেংকাৰী আৰু প্ৰৱঞ্চনা ৰোধৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰথম পদক্ষেপ হিচাপে ভাৰতত মাত্ৰ এমাহত প্ৰায় ৯৯ লাখ হোৱাটছএপ একাউণ্ট বন্ধ হৈ পৰিছে। মেটাৰ মালিকানাধীন মেছেজিং এপটোৰ ওপৰত চাইবাৰ নীতি কঠোৰ হৈ পৰিছে। এই সিদ্ধান্ত প্ৰথম পদক্ষেপ। জানিব পৰা মতে, ৯৯ লাখৰ ভিতৰত ১৩.২৭ লাখ হোৱাটছএপ একাউণ্টৰ ‘ৰিপ’ৰ্ট’ (অভিযোগ) হোৱা নাই। সেই ফোন নম্বৰসমূহো নিষিদ্ধ কৰিছে এপ কোম্পানীটোৱে।

জানিব পৰা মতে চলিত বৰ্ষৰ ১ৰ পৰা ৩০ জানুৱাৰীৰ ভিতৰত প্ৰায় এক কোটি হোৱাটছএপ একাউণ্টৰ বিৰুদ্ধে কোম্পানীটোৱে ব্যৱস্থা গ্ৰহণ কৰিছিল। কাৰণ সেই নম্বৰসমূহে তথ্য প্ৰযুক্তি আইন, ২০২১ৰ ধাৰা ১(ঘ) আৰু ৩এ(৭) উলংঘা কৰিছিল। আচলতে হোৱাটছএপত স্বয়ংক্ৰিয় ব্যৱস্থা আছে। যেনেকৈ তাত ব্যৱহাৰকাৰীৰ মতামত লোৱা হয়, মেটাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে যদিহে কিছুমান চৰ্ত আওকাণ কৰা হয়। অন্য ব্যৱহাৰকাৰীয়ে ‘স্পেম’ বুলি চিহ্নিত কৰা হোৱাটছএপ নম্বৰৰ বিৰুদ্ধে চৰম ব্যৱস্থা গ্ৰহণ কৰা হৈছে, একাউণ্টৰ জৰিয়তে ভুৱা তথ্য প্ৰচাৰ, জালিয়াতি (মূলতঃ আৰ্থিক)ৰ অভিযোগ উত্থাপন কৰা হৈছে। এই ‘অভিযান’ ভৱিষ্যতেও অব্যাহত থাকিব বুলি খবৰ পোৱা গৈছে।

Apply Now

মেছেজিং এপ কৰ্তৃপক্ষই অজ্ঞাত নম্বৰৰ সৈতে কথোপকথন পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়ে। দিনে দিনে একেলগে বহু হোৱাটছএপ নম্বৰলৈ মেছেজ পঠিয়ালেও কৰ্তৃপক্ষৰ ৰোষৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক। তদুপৰি কোনোবাই ভুৱা তথ্য প্ৰচাৰ কৰিলেও, ঘৃণামূলক ভাষণত লিপ্ত হ’লেও, বা ‘বেয়া’ কথা-বতৰাত লিপ্ত হ’লেও হোৱাটছএপত শাস্তি পাব পাৰে।

সংশ্লিষ্ট মেছেজিং এপ কৰ্তৃপক্ষই  চিনাকি লোকলৈ বাৰ্তা প্ৰেৰণ কৰিবলৈ পৰামৰ্শ দিছে। আপোনাৰ ফোনটোৰ কন্টেক্ট লিষ্টত নম্বৰ নথকা লোকলৈ বাৰ্তা প্ৰেৰণ কৰাটো সদায় উচিত। কেৱল সেয়াই নহয়, হোৱাটছএপ গ্ৰুপত কাৰোবাক ‘এড’ কৰিব বিচাৰিলে অনুমতি লোৱাটো গুৰুত্বপূৰ্ণ। কোনোবাই যদি গোটটো ‘ত্যাগ’ কৰে তেন্তে তেওঁলোকৰ সিদ্ধান্তক সন্মান কৰক। বাৰে বাৰে কোনোবা এজনক গ্ৰুপত যোগ কৰিলে আপোনাৰ হোৱাটছএপ নম্বৰ ডিলিট হৈ যাব পাৰে। অত্যধিক ‘ফৰৱাৰ্ড মেছেজ’ (বিভিন্ন ব্যৱহাৰকাৰীৰ জৰিয়তে আপোনাৰ হোৱাটছএপ নম্বৰত পোৱা বাৰ্তা) প্ৰেৰণ কৰাটো পৰিহাৰ কৰক। যদি ইয়াত ভুল বা ভুৱা তথ্য থাকে তেন্তে আপোনাৰ হোৱাটছএপ নম্বৰো নিষিদ্ধ হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd