• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না ভাইৰাছ : মণিপুৰ চৰকাৰে কাৰ্য্যালয়ত বন্ধ কৰিলে বায়’মেট্ৰিক ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2020 8:59 am
Biomatric-attendance

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে শেহতীয়াকৈ ভাৰতত সংক্ৰমিত হোৱা মহামাৰী কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰে।

মণিপুৰ চৰকাৰে কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সকলো চৰকাৰী কাৰ্য্যালয়ৰ পৰা উপস্থিতিৰ প্ৰমাণৰ বাবে বায়’মেট্ৰিক ব্যৱস্থা বন্ধ কৰি দিছে।

Apply Now

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে বৃহস্পতিবাৰে এই সম্বন্ধে মতামত প্ৰকাশ কৰি চৰকাৰে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

ৰাজ্যৰ স্বাস্থ্য বিভাগে ১৮  জানুৱাৰিৰ পৰাই কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলিও মুখ্য মন্ত্ৰী সিঙে উল্লেখ কৰে।

ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উপৰিও ৰাজ্যখনৰ বহুকেইটা গুৰুত্বপূৰ্ণ স্থানত কৰ’না ভাইৰাছ চিনাক্তকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি সিঙে লগতে জনায়।

‘‘বৰ্তমানলৈ ইম্ফল বিমান বন্দৰত ১,২১,৬২৯ গৰাকী যাত্ৰী, যাৰ ভিতৰত ৬৮,১৮০ গৰাকী বিমান যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে,’’ বীৰেণ সিঙে কয়।

আনহাতে, মুখ্য মন্ত্ৰী সিঙে ৰাজ্যৰ জনসাধাৰণলৈ হাত ধোৱা, মাস্ক পৰিধান কৰাকে আদি সকি প্ৰাথমিক কৰ’না ভাইৰাছ প্ৰতিৰোধী ব্যৱস্থা সমূহ পালন কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়   

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়  

June 14, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd