• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ত্ৰিপুৰাৰ দলীয় জনসভাত অংশ ল’ব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2018 1:47 pm
Congress chief Rahul Gandhi to address mass rally in Guwahati

ৰাহুল গান্ধীৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নৱ নিৰ্বাচিত অধ্যক্ষ ৰাহুল গান্ধী সমাগত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে শুকুৰবাৰে কৈলাচহৰৰ ৰাম কৃষ্ণ মিছন খেলপথাৰত কংগ্ৰেছ দলে আয়োজিত এখন নিৰ্বাচনী সভাত অংশ ল’ব।

ৰাহুল গান্ধীৰ ভ্ৰমণসূচীৰ বিষয়ে সংবাদ মাধ্যমক বুধবাৰে জানিবলৈ দিয়ে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিৰজিৎ সিনহাই। তেওঁ কয় যে প্ৰচাৰ কাৰ্যসূচীৰ অন্তিম দিনা অৰ্থাৎ শুকুৰবাৰে ৰাহুল গান্ধীয়ে হাজাৰ হাজাৰ দলীয় সমৰ্থকৰ উপস্থিতিত কৈলাচহৰৰ ৰাম কৃষ্ণ মিছন খেলপথাৰৰ জনসভাত ভাষণ প্ৰদান কৰিব।

Apply Now

তেওঁ একেলগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা পৃথ্বীৰাজ চৌহান আৰু ইমৰান কিডুই বুধবাৰৰ পৰা ত্ৰিপুৰাত কংগ্ৰেছৰ হৈ প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে।

উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু দক্ষিণ ভাৰতৰ অভিনেত্ৰী তথা ভাৰতীয় জাতীয় মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা নাগমা মোৰাৰজিও দলটোৰ হৈ প্ৰচাৰ চলাবলৈ ইতিমধ্যে ত্ৰিপুৰাত উপস্থিত হৈছে।

লক্ষ্যণীয় যে বুধবাৰে ১৬ নং বিশালগড় বিধানসভা সমষ্টিত নাগমাই এটা ৰোড শ্ব’ত অংশ লোৱাৰ পিছত ২২ নং সোনামূৰা সমষ্টিৰ প্ৰাৰ্থীৰ হকে সোনামূৰা চহৰত আয়োজিত এখন জনসভাও সম্বোধন কৰা দেখা যায়।

ইয়াৰ পিছতে বুধবাৰে সন্ধিয়া ৰামঠাকুৰ সংঘৰ মিলন সংঘ আৰু আগৰতলা সিমান্তৰ গোলচক্কৰ অঞ্চলতো কংগ্ৰেছী জনসভাত অংশ লয়।

আনহাতে আজি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৪ নং বৰ্জলা বিধানসভা সমষ্টিত এটা ৰোড শ্ব’ত অংশ ল’ব বুলি ৰাজ্যিক সমিতিয়ে জানিবলৈ দিয়ে।

ত্ৰিপুৰা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মুখ্য নিৰ্বাচনী নেতা দুৰ্গেচ পাটিলো কালাইচহৰত আয়োজিত সংবাদ মেলত উপস্থিত আছিল।

স্মৰ্তব্য যে ৬০ টা সমষ্টিৰে পৰিপূৰ্ণ ত্ৰিপুৰা বিধানসভা নিৰ্বাচন ফেব্ৰুৱাৰিৰ ১৮ তাৰিখে অনুষ্ঠিত হ’ব আৰু নিৰ্বাচনৰ ফলাফল ৩ মাৰ্চৰ দিনা ঘোষণা কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd