• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছৰ আতংক; পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব কাজিৰঙা!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2020 5:12 pm
1ANIMAL-CORRIDOR-IN-KAZIRANGA.jpg1

প্রতিনিধিত্বমূলক ছবি, সৌজন্য- ইন্টাৰনেট

71.7k
VIEWS
Share on FacebookShare on Twitter

বিশ্ব প্ৰায় ১০০খনৰো অধিক দেশত মহাৰাহী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ আতংকই চুই গৈছে কাজিৰঙা।

ক’ৰ’না ভাইৰাছৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেশী-বিদেশী সকলো পৰ্যটকৰ প্ৰৱেশ কিছুদিনৰ বাবে বন্ধ কৰা হ’ব পাৰে! এই সম্ভাৱনা ব্যক্ত কৰিছে উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে।

ক’ৰ’নাত আক্ৰান্ত পৰ্যটকৰ পৰা কাজিৰঙাৰ বন্যপ্ৰাণীলৈ ক’ৰ’না ভাইৰাছ সংক্ৰমণ হ’ব পাৰে বুলি আশংকা কৰি এই সিদ্ধান্ত লোৱা হ’ব পাৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে কাজিৰঙাৰ পৰা ভূটানলৈ যোৱা এগৰাকী মাৰ্কিন পৰ্যটকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ বীজাণুৰ উপস্থিতি ধৰা পৰিছিল।

ইফালে কেন্দ্ৰীয় চৰকাৰে চীন, ইটালী, জাৰ্মানী, ফ্ৰান্স, কোৰিয়া, স্পেইনকে ধৰি বিশ্বৰ সাতখন দেশৰ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত নিষেধাজ্ঞা জাৰি কৰিছে বুলি বোকাখাটৰ মহকুমাধিপতিয়ে জানিবলৈ দিছে।

আনহাতে বিদেশী পৰ্যটকৰ বাবে পৰ্যটক নিৱাসৰগৰাকীয়ে কোঠা খালী থকাৰ পিছতো কোঠা দিয়াৰপৰা  বিৰত আছে বুলি জানিব পৰা গৈছে।

ক’ৰ’নাত আক্ৰান্ত মাৰ্কিন পৰ্যটকগৰাকীক পৰিভ্ৰমণ কৰোৱা জীপ ছাফাৰী চালকজনক বিশেষভাৱে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।

বিগত কিছুদিনৰ পৰা কাজিৰঙাত পৰ্যটকৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পোৱাও দেখা গৈছে।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd