• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০১১ চনত মুক্তিপ্ৰাপ্ত ‘কণ্টাজিয়ন’ চলচ্চিত্ৰই আগজাননী দিছিল কৰ’না সদৃশ ভাইৰাছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2020 7:56 pm
coronavirus

কৰ'না ভাইৰাছ প্ৰতিৰোধী মাস্ক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১১ চনত মুক্তি পোৱা ষ্টিভেন চোদাৰবাৰ্গ পৰিচালিত ‘কণ্টাজিয়ন’ নামৰ চলচ্চিত্ৰখনে ২০১১ চনতে কৰ’না ভাইৰাছৰ দৰে মৰাত্মক ভাইৰাছৰ আগজাননী দিছিল।

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে বৰ্তমান সময়ত আতংকৰ সৃষ্টি কৰিছে। প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ প্ৰাণ হানি হৈছে চীন, ইটালী, ফ্ৰাঞ্চ, ভাৰতকে ধৰি পৃথিৱীৰ বহু কেইখন দেশত।

Apply Now

উল্লেখযোগ্য যে, ২০১১ চনত মুক্তিপ্ৰাপ্ত ‘কণ্টাজিয়ন’ নামৰ চলচ্চিত্ৰখনত এমইভি-১ নামৰ এবিধ ভাইৰাছৰ বিষয়ে উল্লেখ কৰা হৈছিল।

এমইভি-১ নামৰ ভাইৰাছ বিধ মানুহৰ পৰা মানুহৰ শৰীৰলৈ বিয়পিছিল আৰু ইয়াত আক্ৰান্ত লোক সকলৰ শৰীৰত কাঁহ আদিৰ দৰে লক্ষণে দেখা দিছিল।

‘কণ্টাজিয়ন’ চলচ্চিত্ৰখনত এমইভি-১ ভাইৰাছৰ সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বত প্ৰায় ২৬ মিলিয়ন লোকৰ মৃত্যু হোৱা দেখুওৱা হৈছিল।

তাৰোপৰি, চলচ্চিত্ৰখনত বিশ্বত ত্ৰাস সৃষ্টিকাৰী এমইভি-১ নামৰ ভাইৰাছ বিধৰ উৎপত্তিস্থলো এছিয়া হিচাপে দেখুওৱা হৈছিল।

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়ত অনলাইনত সৰ্বাধিক জনপ্ৰিয় চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে ষ্টিভেন চোদাৰবাৰ্গ পৰিচালিত ‘কণ্টাজিয়ন’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm
মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

June 22, 2026 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd