DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২০১১ চনত মুক্তিপ্ৰাপ্ত ‘কণ্টাজিয়ন’ চলচ্চিত্ৰই আগজাননী দিছিল কৰ’না সদৃশ ভাইৰাছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2020 7:56 pm
coronavirus

কৰ'না ভাইৰাছ প্ৰতিৰোধী মাস্ক

19.4k
VIEWS
Share on FacebookShare on Twitter

২০১১ চনত মুক্তি পোৱা ষ্টিভেন চোদাৰবাৰ্গ পৰিচালিত ‘কণ্টাজিয়ন’ নামৰ চলচ্চিত্ৰখনে ২০১১ চনতে কৰ’না ভাইৰাছৰ দৰে মৰাত্মক ভাইৰাছৰ আগজাননী দিছিল।

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে বৰ্তমান সময়ত আতংকৰ সৃষ্টি কৰিছে। প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ প্ৰাণ হানি হৈছে চীন, ইটালী, ফ্ৰাঞ্চ, ভাৰতকে ধৰি পৃথিৱীৰ বহু কেইখন দেশত।

উল্লেখযোগ্য যে, ২০১১ চনত মুক্তিপ্ৰাপ্ত ‘কণ্টাজিয়ন’ নামৰ চলচ্চিত্ৰখনত এমইভি-১ নামৰ এবিধ ভাইৰাছৰ বিষয়ে উল্লেখ কৰা হৈছিল।

এমইভি-১ নামৰ ভাইৰাছ বিধ মানুহৰ পৰা মানুহৰ শৰীৰলৈ বিয়পিছিল আৰু ইয়াত আক্ৰান্ত লোক সকলৰ শৰীৰত কাঁহ আদিৰ দৰে লক্ষণে দেখা দিছিল।

‘কণ্টাজিয়ন’ চলচ্চিত্ৰখনত এমইভি-১ ভাইৰাছৰ সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বত প্ৰায় ২৬ মিলিয়ন লোকৰ মৃত্যু হোৱা দেখুওৱা হৈছিল।

তাৰোপৰি, চলচ্চিত্ৰখনত বিশ্বত ত্ৰাস সৃষ্টিকাৰী এমইভি-১ নামৰ ভাইৰাছ বিধৰ উৎপত্তিস্থলো এছিয়া হিচাপে দেখুওৱা হৈছিল।

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়ত অনলাইনত সৰ্বাধিক জনপ্ৰিয় চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে ষ্টিভেন চোদাৰবাৰ্গ পৰিচালিত ‘কণ্টাজিয়ন’।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd