• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইগৰাকী আছিল ছুপাৰষ্টাৰ আমিৰ খানৰ প্ৰথমা পত্নী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2020 11:05 am
81d8126723e524b55735f92bc089d2f5
96.9k
VIEWS
Share on FacebookShare on Twitter

কেইবাখনো হিট ছবিৰে বলিউদত এক সুকীয়া স্থান দখল কৰা ছুপাৰষ্টাৰ আমিৰ খানৰ ব্যক্তিগত জীৱনৰ এটা গুৰুত্বপূৰ্ণ কথা আজি আমি আপোনালোকক জনাম।

আপোনালোকে সকলোৱে জানে আমিৰ খানৰ বৰ্তমানৰ পত্নীৰ নাম কিৰন ৰাও। কিন্তু কিৰন ৰাও তেওঁৰ প্ৰথম পত্নী নহয়।

আমিৰ খানে মাত্ৰ ২১ বছৰ বয়সতে ১৯ বছৰীয়া ৰীনা দত্তৰ সৈতে বিবাশপাশত আৱদ্ধ হৈছিল। এই বিয়া চিনেমাৰ কাহিনী সদৃশ আছিল। তেওঁ কেইবা মাহ ধৰি তেওঁলোকৰ বিয়াৰ কথা পৰিয়ালৰ লোকক জনোৱা নাছিল।

d3a80580e74bcbdff02bb7bd57759560

উল্লেখ্য যে ‘কায়ামত ছে কায়ামত তক’ নামৰ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়তে আমিৰ খানে বিয়া কৰাইছিল ৰীনা দত্তক। দুয়োৰে মাজত এবছৰ ধৰি প্ৰেমৰ সম্বন্ধ আছিল আৰু আমিৰৰ বয়স ২১ হোৱাৰ লগে লগে দুয়ো বিবাশপাশত আৱদ্ধ হয়।

পৰিয়ালৰ লোকক অন্ধকাৰত ৰাখি বিবাশপাশত আৱদ্ধ হোৱা কথাটো ৰীনা দত্তৰ পৰিয়ালৰ লোকে সহজভাৱে মানি ল’ব পৰা নাছিল যদিও আমিৰ খানৰ পিতৃ তাহিৰ হুছেইনে পিছত সম্বন্ধটো মানি লয়।

আমিৰ আৰু ৰীনাৰ মাজৰ সম্বন্ধ মাত্ৰ ১৬ বছৰলৈ চলিল। সুন্দৰভাৱে চলি থকা সম্বন্ধত কেৰোণ লগাত ২০০২ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ দুটা সন্তান আছিল। পুত্ৰৰ নাম জুনেইদ আৰু কন্যাৰ নাম ইৰা।

বৰ্তমান জুনেইদ আৰু ইৰা মাতৃ ৰীনাৰ লগত থাকে।

4b2b0b40c817edd1eb57aa1ae664fa67

Recent News

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd