• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিত মিত্ৰ হৈ যুঁজ দিব কংগ্ৰেছ-এআইয়ুডিএফে; সংবাদমেলত বিজেপিৰ মতাদৰ্শক কঠোৰ সমালোচনা দুৰ্গা দাস বড়োৰ  

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 17, 2020 8:39 pm
Congres and AIUDF press meet

কংগ্ৰেছ আৰু এআইয়ুডিএফৰ সংবাদমেল

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাত অজিত কুমাৰ ভূঞাক সন্মিলিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছত এইবাৰ বিটিচি নিৰ্বাচনতো যৌথ ভাৱে আগবাঢ়িব কংগ্ৰেছ-এআইইউডিএফ।

বিটিচি পৰিষদীয় ৪০খন আসনৰ ২০খনত প্ৰাৰ্থীত্ব প্ৰদান কৰিব দুই যৌথ শক্তিয়ে।

Apply Now

১৩ খন আসনত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে ৭ খন আসনত এআইইউডিএফে প্ৰাৰ্থীত্ব প্ৰদান কৰিব ।

মঙলবাৰে দুয়োটা দলে যুটীয়াভাৱে এক সংবাদ মেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে।

‘‘বিটিচিত আমাৰ সহায় অবিহনে কোনো দলৰে চৰকাৰ নহয়।বিজেপিৰ বাহিৰে যিসকল দলৰ সৈতে আমাৰ মতাদৰ্শ মিলে তেনে সকলো দলক চৰকাৰৰ গঠনত সহযোগ কৰা হব,’’ মহানগৰী হাটীগাঁও গ্ৰেণ্ড মেজিষ্টি হোটেলত অনুষ্ঠিত কৰা সংবাদ মেলখনত উপস্থিত থাকি কংগ্ৰেছ দল মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কয়

‘‘বিজেপিৰ ৰামধেনুৰ সাতোটা ৰং সদৃশ ঐক্য আজি ওলোটা হ’ল। ইতিমধ্যে ৰাভা-টিৱা কাউঞ্চিল শেষ হৈছে। মিছিং সকলৰ ৰনোজ পেগুৰ আজি ৰং সলনি হৈছে,’’বড়োৱে লগতে কয়।

বিপিএফক বিজেপিয়ে ৰাজনৈতিক ড্ৰেগাৰ মাৰিলে বুলিও দুৰ্গা দাস বড়োৱে উল্লেখ কৰি এইবাৰ বিজেপিৰ টাৰ্গেট বিপিএফ বুলি কয়।

আনহাতে, সংবাদমেলতে এআইইউডিএফ দলে ছয় জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে।

সেই অনুসৰি ১নং পৰ্বতজুড়াত দিলীপ কুমাৰ ব্ৰহ্ম, ফকীৰাগ্ৰামত আনোৱাৰ হুছেইন, থৈৰীবাডী খলিলোৰ ৰহমান, ধনশ্ৰীত মিথাৰাম বসুমতাৰী, মধৈবাৰীত ৱাচিম আক্রাম চৌধুৰী, অন্য এজন ফাৰহাদ হুছেইনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

ইফালে, মানস চেফাংত প্ৰাৰ্থী ঘোষণা কৰিবলৈ এতিয়াও দলটোৱে বাকী আছে যদিও পৰবৰ্তী সময়ত ঘোষণা কৰিব বুলি কয়।

কৰ’নাৰ বাবে বিটিচি নিৰ্বাচনত প্ৰভাৱ পৰিব বুলি মন্তব্য কৰি দুৰ্গা দাস বড়োৱে ৰাজ্য চৰকাৰে বিটিচিৰ জনতাৰ দায়িত্ব লব লাগে বুলি উল্লেখ কৰি যদি নিৰ্বাচন হয় কংগ্ৰেছে সহযোগ কৰিব কিন্তু ক’ৰনাৰ বাবে যদি বিটিচিৰ জনসাধাৰণৰ প্ৰতি ভাবুকি আহে তেন্তে তাৰ বাবে  চৰকাৰ দায়ী হ’ব বুলি কয়।

আনহাতে, দুয়োটা দলে চৰকাৰ গঠনৰ অংশীদাৰ হলে বড়ো-অবড়োৰ মাজত বিটিআৰে সৃষ্টি কৰা সংঘাত নিৰ্মূল কৰাৰ লগতে বিভাজনৰ ৰাজনীতি শেষ কৰা হব বুলিও সংবাদমেলত বড়োই কয়।

সংবাদ মেলত উপস্থিত আছিল কংগ্ৰেছৰ ৱাজেদ আলি চৌধুৰী, এআইইউডিএফৰ আমিনুল ইছলাম, বাচিল চাহাব প্ৰমুখ্যে দুয়োটা দলৰ বহুকেইজন নেতা।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm
আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd