• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্ভয়া কাণ্ড: ফাঁচীৰ পূৰ্বে ধৰ্ষণকাৰী মুকেশে দিয়া কাগজত কি লিখা আছিল?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2020 2:03 pm
Nirbhaya rapists to hang tomorrow at 5.30 am

নিৰ্ভয়াৰ চাৰি ধৰ্ষণকাৰী।

193.3k
VIEWS
Share on FacebookShare on Twitter

পৈশাচিক নিৰ্ভয়া কাণ্ডৰ সাত বছৰ পাছত শুকুৰবাৰে চাৰিও ধর্ষণকাৰীক ফাঁচী দিয়া হয়।

এই ঘটনাৰ ছয় ধৰ্ষণকাৰীৰ মাজৰ এজন ৰাম সিঙে তিহাৰ জেলত বন্দী থকা অৱস্থাতেই আত্মহত্যা কৰে।

আৰু এজন নাবালক ধৰ্ষণকাৰীক তিনি বছৰ সংশোধন গৃহত ৰখাৰ পিছত মুক্তি দিয়া হয়।

ফাঁচীৰ পূৰ্বে চাৰিও ধৰ্ষণকাৰী নীৰৱ আছিল। ফাঁচী দিয়াৰ পূৰ্বে মুকেশ নামৰ ধৰ্ষণকাৰীয়ে জেল কৰ্তৃপক্ষক এখন কাগজ দিছিল।

কাগজখনত তেওঁ মৃত্যুৰ পিছত নিজৰ শৰীৰৰ অংগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। বিনয় নামৰ ধৰ্ষণকাৰীয়ে তেওঁৰ জেলত থকা কিছু বয়-বস্তু পৰিয়ালক দিবলৈ কৈ গৈছিল।

জেল সূত্ৰৰ মতে চাৰিও ধৰ্ষণকাৰীৰ পৰিয়াল তেওঁলোকৰ সৈতে যোগাযোগত আছে। পৰিয়ালে বিচাৰিলে তেওঁৰ অংগদান কৰা হ’ব।

২০১২ চনৰ ১৬ ডিচেম্বৰৰ ৰাতি দিল্লীত পৈশাচিক নির্যাতন চলোৱা হৈছিল নির্ভয়াৰ ওপৰত।

ঘটনাটোৱে দেশ জোঁকাৰি গৈছিল আৰু নিৰ্ভয়াৰ ন্যায়ৰ দাবীত ব্যাপক প্ৰতিবাদ হৈছিল।

ঘটনাটোৰ ১৩ দিন পাছত ২৯ ডিচেম্বৰ তাৰিখে ছিঙ্গাপুৰৰ মাউন্ট এলিজাবেথ হস্পিটেলত নির্ভয়াৰ দেহাৱসান ঘটে।

Recent News

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

ভাৰতৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ ইৰাণৰ দূতাবাসৰ

ভাৰতৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ ইৰাণৰ দূতাবাসৰ

নিউয়ৰ্ক চহৰৰ মেয়ৰৰ দৌৰত ভাৰতীয় বংশোদ্ভৱ জোহৰণ মামদানী

নিউয়ৰ্ক চহৰৰ মেয়ৰৰ দৌৰত ভাৰতীয় বংশোদ্ভৱ জোহৰণ মামদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd