• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০১৮ বৰ্ষৰ ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ৰ বাবে নিৰ্বাচিত বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2018 8:20 am
File photo Of Pranay Bardaloi
453
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট সাংবাদিক, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ স্মৃতিত প্ৰদান কৰি অহা ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ ২০১৮ বৰ্ষৰ বাবে নিৰ্বাচিত কৰা হৈছে ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈক।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাস স্মৃতিৰক্ষা সমিতিয়ে অনুষ্ঠিত কৰা সংবাদমেলত এই কথা সদৰী কৰে মনোৰম গগৈ আৰু বেদব্ৰত বৰাই।

অহা ২৪ ফেব্ৰুৱাৰিত পৰাগ কুমাৰ দাসৰ ওপজা দিনটোত গুৱাহাটী প্ৰেছ ক্লাবত এই বঁটা প্ৰদান কৰা হ’ব। সংবাদিক প্ৰণয় বৰদলৈক উক্ত বঁটাটি প্ৰদান কৰিব বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইডে। এই বঁটাত থাকিব ২৫ হাজাৰ টকা, গামোচা, চেলেং চাদৰ, শৰাই, মানপত্ৰ আদি।

উক্ত অনুষ্ঠানতে পৰাগ কুমাৰ দাসৰ কৰ্মৰাজি সন্দৰ্ভত স্মাৰক বক্তৃতা প্ৰদান কৰিব গৱেষক, অধ্যাপক জয়দ্বীপ বৰুৱাই।

ইপিনে সংবাদমেলত মনোৰাম গগৈয়ে কয় যে পৰাগ কুমাৰ দাসৰ আদৰ্শ জনমানসত সজীৱ কৰি ৰখাৰ বাবে ২০১১ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। আৰু ২০১৭ বৰ্ষৰ পৰা সতীৰ্থ মঞ্চৰ সহযোগত পৰাগ কুমাৰ দাস স্মৃতি ৰক্ষা সমিতিয়ে উক্ত সাংবাদিকতা বঁটাটি প্ৰদান কৰি আহিছে।

আনহাতে, বঁটাপ্ৰাপক জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ‘আজিৰ অসম’ কাকতৰ জৰিয়তে সাংবাদিক জীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ  ‘আজিৰ বাতৰি’, ‘আমাৰ অসম’, ‘জনসাধাৰণ’, ‘ডি ৱাই ৩৬৫’, ‘প্ৰাগ নিউজ’ আদি ছপা আৰু বৈদ্যুতিন মাধ্যমৰ জৰিয়তে দীৰ্ঘদিন ধৰি অসমৰ সংবাদ জগতলৈ সেৱা আগবঢ়াই আহিছে।

বৃহস্পতিবাৰে আয়োজিত সংবাদমেলত ‘আমাৰ অসম’ কাকতৰ ব্যুৰ’ চীফ মনোজ কুমাৰ নাথ, প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।

Recent News

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd