• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ আতংক; কেনেকৈ প্ৰতিৰোধ কৰিব এই মাৰাত্মক ভাইৰাছক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2020 10:48 am
How to make your own hand sanitizer?

ছবি সৌজন্য-- Needpix.com

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলোৱা ক’ৰ’না ভাইৰাছে ভাৰততো ক্ৰমশঃ বিভীষিকাৰ সৃষ্টি কৰাৰ দিশে।

এতিয়াও এই মাৰাত্মক ভাইৰাছৰ প্ৰতিষেধক ওলোৱা নাই।

Apply Now

এনে অৱস্থাত বিশ্ব স্বাস্থ্য সংস্থা (WHO) কিছুমান বিধান আগবঢ়াইছে যিবোৰ সতৰ্কতাৰে পালন কৰিলে আপুনি এই মাৰাত্মক ভাইৰাছ বিধক প্ৰতিৰোধ কৰিব পাৰিব।

১. এলকহলযুক্ত হেণ্ড চিনটাইজাৰ ব্যৱহাৰ

সঘনে ৬০%  এলকহলযুক্ত হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক। চেনিটাইজাৰ দুয়োখন হাতত ২০ ছেকেণ্ড সময় ধৰি ঘঁহিব। চেনিটাইজাৰে হাতত থকা বীজাণুবোৰ ধ্বংস কৰে। চাবোনেৰেও ২০ ছেকেণ্ড সময় ধৰি হাত দুয়োখন ভালকৈ ধুলে হাত দুখন বীজাণুমুক্ত হয়।

২. মাস্ক ব্যৱহাৰ কৰক

মাস্কে সাধাৰণেত যিকোনো ভাইৰাছ বিয়পাত বাধা প্ৰদান কৰে। মাস্ক ব্যৱহাৰ কৰিলে এই ভাইৰাছবিধ শৰীৰত সংক্ৰমণ ঘটিব নোৱাৰে।

৩. সামাজিক দূৰত্ব

সামাজিক দূৰত্ব বৰ্তাই ৰাখক। বিশেষভাৱে জনসমাগম এৰাই চলক আৰু কোনো ব্যক্তিৰ লগত কথোপকথনৰ সময়ত অন্ততঃ ন্যূনতম ১ মিটাৰ ব্যৱধান বজাই ৰাখক।

৪. মুখ, নাখ আৰু চকু স্পৰ্শ নকৰিব

মুখ, নাক আৰু চকু হাতেৰে স্পৰ্শ নকৰিব। স্পৰ্শ কৰিলে হাতত থকা বীজাণু শৰীৰত সংক্ৰমণ ঘটিব।

৫. হাঁচি আৰু কাঁহোতে মুখ ঢাকি লওক

হাঁচি আৰু কাঁহোতে মুখখন ৰুমাল, টিচু পেপাৰ অথবা হাতেৰে ঢাকি ল’ব। কাঁহ আৰু হাঁচিওৱাৰ পিছত লগে লগে টিচু বা ৰুমালেৰে মুখখন চাফা কৰি ল’ব।

এই বিধানবোৰ মানি চলিলে আপুনি মাৰাত্মক ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব।

ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ফলত দেশত নতুন হেল্প লাইন নম্বৰ মুকলি কৰা হৈছে – 1075/1800-112-545/011-23978046

উত্তৰ পূৱ ৰাজ্যসমূহৰ হেল্প লাইন নম্বৰ —

অসম– 6913347770

অৰুণাচল প্ৰদেশ- 9436055743

মণিপুৰ- 3852411668

মেঘালয়- 108

মিজোৰাম- 102

নাগালেণ্ড- 7005539659

ত্ৰিপুৰা- 0381-2315879

ছিকিম- 104

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd