• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ আতংক; কেনেকৈ প্ৰতিৰোধ কৰিব এই মাৰাত্মক ভাইৰাছক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 23, 2020 10:48 am

2 min read

How to make your own hand sanitizer?

ছবি সৌজন্য-- Needpix.com

3k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলোৱা ক’ৰ’না ভাইৰাছে ভাৰততো ক্ৰমশঃ বিভীষিকাৰ সৃষ্টি কৰাৰ দিশে।

এতিয়াও এই মাৰাত্মক ভাইৰাছৰ প্ৰতিষেধক ওলোৱা নাই।

এনে অৱস্থাত বিশ্ব স্বাস্থ্য সংস্থা (WHO) কিছুমান বিধান আগবঢ়াইছে যিবোৰ সতৰ্কতাৰে পালন কৰিলে আপুনি এই মাৰাত্মক ভাইৰাছ বিধক প্ৰতিৰোধ কৰিব পাৰিব।

১. এলকহলযুক্ত হেণ্ড চিনটাইজাৰ ব্যৱহাৰ

সঘনে ৬০%  এলকহলযুক্ত হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক। চেনিটাইজাৰ দুয়োখন হাতত ২০ ছেকেণ্ড সময় ধৰি ঘঁহিব। চেনিটাইজাৰে হাতত থকা বীজাণুবোৰ ধ্বংস কৰে। চাবোনেৰেও ২০ ছেকেণ্ড সময় ধৰি হাত দুয়োখন ভালকৈ ধুলে হাত দুখন বীজাণুমুক্ত হয়।

২. মাস্ক ব্যৱহাৰ কৰক

মাস্কে সাধাৰণেত যিকোনো ভাইৰাছ বিয়পাত বাধা প্ৰদান কৰে। মাস্ক ব্যৱহাৰ কৰিলে এই ভাইৰাছবিধ শৰীৰত সংক্ৰমণ ঘটিব নোৱাৰে।

৩. সামাজিক দূৰত্ব

সামাজিক দূৰত্ব বৰ্তাই ৰাখক। বিশেষভাৱে জনসমাগম এৰাই চলক আৰু কোনো ব্যক্তিৰ লগত কথোপকথনৰ সময়ত অন্ততঃ ন্যূনতম ১ মিটাৰ ব্যৱধান বজাই ৰাখক।

৪. মুখ, নাখ আৰু চকু স্পৰ্শ নকৰিব

মুখ, নাক আৰু চকু হাতেৰে স্পৰ্শ নকৰিব। স্পৰ্শ কৰিলে হাতত থকা বীজাণু শৰীৰত সংক্ৰমণ ঘটিব।

৫. হাঁচি আৰু কাঁহোতে মুখ ঢাকি লওক

হাঁচি আৰু কাঁহোতে মুখখন ৰুমাল, টিচু পেপাৰ অথবা হাতেৰে ঢাকি ল’ব। কাঁহ আৰু হাঁচিওৱাৰ পিছত লগে লগে টিচু বা ৰুমালেৰে মুখখন চাফা কৰি ল’ব।

এই বিধানবোৰ মানি চলিলে আপুনি মাৰাত্মক ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব।

ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ফলত দেশত নতুন হেল্প লাইন নম্বৰ মুকলি কৰা হৈছে – 1075/1800-112-545/011-23978046

উত্তৰ পূৱ ৰাজ্যসমূহৰ হেল্প লাইন নম্বৰ —

অসম– 6913347770

অৰুণাচল প্ৰদেশ- 9436055743

মণিপুৰ- 3852411668

মেঘালয়- 108

মিজোৰাম- 102

নাগালেণ্ড- 7005539659

ত্ৰিপুৰা- 0381-2315879

ছিকিম- 104

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd