• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাফলঙত ক’ৰ’না সন্দেহত এগৰাকী ৰেইল কৰ্মচাৰী!; অনা হ’ব গুৱাহাটীলৈ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
March 23, 2020 8:56 pm
IMG-20200323-WA0039

ক'ৰ'না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত চিকিৎসালয়ত ভৰ্তি হোৱা উমেশ কুমাৰ। ফটো : নৰ্থ-ইষ্ট নাও

3.4k
VIEWS
Share on FacebookShare on Twitter

হাফলঙত এগৰাকী ৰেইল কৰ্মচাৰীক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উমেশ কুমাৰ নামৰ ৰেইল কৰ্মচাৰী গৰাকী যোৱা ৫ মাৰ্চত বিহাৰৰ পাটনাস্থিত ঘৰলৈ গৈছিল আৰু তাৰ পৰা ১৬ মাৰ্চত নিউ হাফলঙলৈ উভতি আহিছিল।

পাটনাৰ পৰা অহাৰ পাছত উমেশ জ্বৰত আক্ৰান্ত হয় আৰু আজি তেওঁ নিজে হাফলং অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসকক স্বাস্থ্য পৰীক্ষা কৰিবলৈ কয়।

হাফলং অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কল্পনা কেম্প্ৰাইয়ে কয়, ‘উমেশৰ স্বাস্থ্যৰ অৱনতি হৈছে। ২৭ বছৰীয়া উমেশৰ ট্ৰ্যাভেল ৰেকৰ্ডৰ পৰা গম পোৱা গৈছে যে তেওঁ ৰেইলত বিহাৰৰ পাটনাৰ পৰা নিউ হাফলঙলৈ ভ্ৰমণ কৰিছিল। যাৰ বাবে সন্দেহ কৰা হৈছে আৰু তেওঁক আছুতীয়াকৈ ৰখা হৈছে। উমেশৰ তেজৰ নমুনা সংগ্রহ কৰা হৈছে’।

জানিব পৰা মতে উমেশক গুৱাহাটীলৈ অনা হ’ব। এই খবৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে জিলাখনৰ সাধাৰণ ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

ইফালে হাফলং অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কেম্প্ৰাইয়ে ৰাইজক সংযম বজাই ৰখাৰ লগতে সজাগ হ’বলৈ আহ্বান জনায়।

Recent News

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd