• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন: বয়সস্থ ব্যক্তিৰ বাবে হেল্পলাইন নম্বৰ মুকলি শিৱসাগৰ আৰক্ষীৰ, অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 26, 2020 10:57 pm
Lockdown: Sibsagar police opens helpline number for senior citizens
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ সময়ত শিৱসাগৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ। যিসকল বয়োজ্যেষ্ঠ লোক ঘৰত অকলে থাকে আৰু তেওঁলোকৰ ল’ৰা-ছোৱালী বাহিৰত বাস কৰে তেনে ব্যক্তিৰ সেৱাৰ বাবে শিৱসাগৰ আৰক্ষীয়ে হেল্প লাইন নম্বৰ মুকলি কৰি দিছে।

শিৱসাগৰ আৰক্ষীয়ে মুকলি কৰা হেল্পলাইন নম্বৰকেইটা হল 03772 222801, 9435500597, 9435729014 (।)

Apply Now

এই নম্বৰত ফোন কৰিলে আৰক্ষীয়ে সেইসকল ব্যক্তিক সহায় আগবঢ়াব বুলি জানিবলৈ দিছে।

লকডাউনৰ সময়ত শিৱসাগৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান যেনে, গেলামাল দোকান আৰু ফাৰ্মাচীসমূহ দিনৰ ১০ বজাৰ পৰা আবেলি ৪ বজালৈ খুলিবলৈ অনুমতি দিয়া হৈছে।

তেনে  দোকান আৰু ফাৰ্মাচীত সামাজিক দূৰত্ব বজাই ৰাখি সামগ্ৰী বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে দোকানীসকলক।

শিৱসাগৰ আৰক্ষীয়ে দোকান, ফাৰ্মাচীসমূহত এক মিটাৰ দূৰত্বত চিন দি গ্ৰাহকক সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰতি সজাগ কৰি তুলিছে।

ইফালে লকডাউনৰ মাজতে শিৱসাগৰৰ বিভিন্ন ঠাইত আবকাৰী বিভাগ আৰু আৰক্ষীয়ে অভিযান চলায়।

শিৱসাগৰ সদৰ অবকাৰী বিভাগে ডিমৌ আৰক্ষীৰ সহযোগত বৃহস্পতিবাৰে ডিমৌ অঞ্চলৰ বিভিন্ন স্থানত অভিযান চলায়।

ডিমৌৰ আঠাবাৰী চাহ বাগিছা, খঙ্গীয়া চাহ বাগিছা, দিচাং দেউৰী, দিচাং ৰজাবাৰী, কলাবাৰীকে ধৰি বিভিন্ন স্থানত অভিযান চলায়।

ঘৰৰ ভিতৰত আৰু হাবিৰ মাজত লুকুৱাই ৰখা বৃহৎ সংখ্যক চুলাই মদ, বিদেশী সুৰা, সুৰা প্ৰস্তুত বিভিন্ন দব্য সামগ্ৰী আদিও অভিযানত উদ্ধাৰ কৰা হয়।

কেইবাটাও চুলাই ঘাটিও অভিযানকাৰী দলটোৱে উচ্ছেদ কৰিছে।

ইয়াৰোপৰি শিৱসাগৰ সদৰ অবকাৰী বিভাগে শিৱসাগৰ আৰক্ষীৰ সহযোগত শিৱসাগৰ কোৱামৰা সন্দিকৈ মিচিং গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ দেশী-বিদেশী সুৰা জব্দ কৰে।

ৰামচনিদ্ৰ টায়ে নামৰ ব্যক্তি গৰাকীৰ ঘৰত তালাচী চলাই আৰক্ষী অবকাৰী বিভাগে প্ৰায় ৩০০ লিটাৰ দেশীয় সুৰা জব্দ কৰাৰ লগতে ১০ কাৰ্টুনৰো অধিক বিলাতী সুৰা জব্দ কৰে।

জব্দ কৰা সুৰাখিনি নষ্ট কৰি দিয়া হয়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd