• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনৰ মাজতে মঙলদৈত ফোন, হোৱাটছএপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
March 27, 2020 10:10 pm
Coronavirus: Teachers’ body imparts classes via WhatsApp during lockdown in Mangaldai

মঙলদৈত কৰ’নাভাইৰাছ সম্পৰ্কীয় সজাগতামূলক প্ৰচাৰ চলাই থকা অৱস্থাত শিক্ষক সন্মিলনীৰ সদস্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ মাজতে বঁটা বিজয়ী শিক্ষক পৱন কুমাৰ ঝাৰ নেতৃত্বত মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে লৈছে এই ব্যতিক্ৰমী পদক্ষেপ।

প্ৰাথমিক শিক্ষকৰ সংস্থাটোৱে ফোন আৰু হোৱাটছএপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত স্বাস্থ্য সম্বন্ধীয় সজাগতা বিয়পোৱাৰ লগতে শিক্ষাদান কৰিছে।

Apply Now

লকডাউনত বন্ধ হৈ পৰা বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা মনত ৰাখি মঙলদৈৰ শিক্ষক সংস্থাটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে।

শিক্ষক সংস্থাটোৰ সভাপতি পৱন কুমাৰ ঝাই নৰ্থইষ্ট নাওক কয়, “লকডাউনৰ সময়চোৱাত আমাৰ সংগঠনৰ সদস্যসকলে ফোন আৰু হোৱাটছএপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সৈতে অনবৰত সম্পৰ্কত থকাৰ বাবে চেষ্টা কৰিছে।”

কৰ’নাভাইৰাছৰ বিৰুদ্ধে সজাগতাৰ লগতে ছাত্ৰ-ছাত্ৰীক নৈমিত্তিক পাঠদানো আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে।

“শ্ৰেণীসমূহৰ লোকচান যাতে পূৰাব পৰা যায় তাৰ বাবে সম্ভৱপৰ সকলো সহায় আৰু নিৰ্দেশনা আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে,” ঝাই কয়।

তেওঁ লগতে কয় যে লকডাউনৰ সময়ত নিজকে ঘৰত আবদ্ধ ৰখাৰ গুৰুত্ব সম্পৰ্কে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক তেওঁলোকে সজাগ কৰাৰ চেষ্টা কৰিছে।

উল্লেখযোগ্য যে লকডাউনৰ পূৰ্বেও ঝাই স্থানীয় কিছু জনাজাত ব্যক্তিৰ সৈতে লগ হৈ কৰ’নাভাইৰাছৰ বিৰুদ্ধে ল’ব লগা সাৱধানতা সম্পৰ্কে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছিল।

তেওঁলোকে স্থানীয় ৰাইজৰ মাজত চাবোন, মাস্ক, গোহাৰি আদি বিতৰণৰ লগতে সজাগতাৰ বাবে ৰাজহুৱা স্থানত বেনাৰো আঁৰি দিছিল।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd