• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘শ্ৰমিকসকল দেশৰ ৰাজহাড়, অনুগ্ৰহ কৰি তেওঁলোকক সহায় কৰক’, প্ৰিয়ংকা গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2020 5:04 pm
Priyanka_Gandhi_PTI

প্ৰিয়ংকা গান্ধী, ফাইল ফ'টো

9.3k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ এটা টুইটে সমগ্ৰ দেশতে ব্যাপক চৰ্চা হোৱা হোৱা দেখা গৈছে। উত্তৰ প্ৰদেশ কংগ্ৰেছে হিন্দী ভাষাত লিখা উক্ত টুইটো ভাইৰেল কৰিছে।

ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত ২১ দিনীয়া ল’কডাউন চলি থকাৰ মাজতে দিল্লীত কৰ্মৰত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ অসংখ্য শ্ৰমিকে দিল্লীৰ আৰু উত্তৰ প্ৰদেশৰ সীমান্ত পাৰ হৈ খোজেৰে ঘৰলৈ পত্যাগম কৰাৰ পৰিলক্ষিত হৈছে।

ক’ৰ’না ভাইৰাছ সংক্ৰমণক প্ৰতিৰোধ কৰাৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰখাটো অতি প্ৰয়োজন যদিও দুয়োখন ৰাজ্যৰ সীমান্তত শ্ৰমিকসকলৰ গণ প্ৰব্ৰজনত যথেষ্ট ঠেলা হেঁচা হোৱা দেখা গৈছে। যাৰ ফলত সামূহিক ক’ৰ’না সংক্ৰমণৰ আংশকা কৰা হৈছে।

তেনে এক পৰিপ্ৰেক্ষিততে শনিবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে শ্ৰমিকসকলক দেশৰ ৰাজহাড় বুলি অভিহিত কৰি এই গৃহাভিমূখী শ্ৰমিকসকলৰ গণ প্ৰব্ৰজনত সহায় কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে।

यूपी के मुख्यमंत्री @myogiadityanath सो चुके होंगे। दिल्ली के मुख्यमंत्री @ArvindKejriwal जी भी नींद में जा चुके होंगे। लेकिन जो मजदूर पैदल चलकर दिल्ली – यूपी border पर पहुंचे थे पुलिस ने उन्हें वापस भेज दिया है। न तो इन्हें ले जाने के लिए कोई डीटीसी की बस है और न इनके लिए खाना। pic.twitter.com/qmfYYRpi3S

— UP Congress (@INCUttarPradesh) March 27, 2020

‘দৰিদ্ৰ নিঃসহায় ভাৰতীয়সকলক তেনে কৰিবলৈ নিদিব। তেওঁলোকক এনে এটা পৰিস্থিতিত পেলাই আমি লজ্জিত হোৱা উচিত। তেওঁলোক আমাৰ। শ্ৰমিকসকল দেশৰ ৰাজহাড় হয়। অনুগ্ৰহ কৰি তেওঁলোকক সহায় কৰক।’ হিন্দী ভাষাত কৰা টুইটত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এইদৰে কয়।

ইফালে কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰ্জেৱালাই দিল্লী, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মুখ্যমন্ত্ৰীসকলক এই শ্ৰমিকসকলৰ বাবে কিয় বাছ প্ৰদান কৰিব নোৱাৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰিছে।

Tags: COVID19

Recent News

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd