• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইছ’লেশ্যন শিবিৰ স্থাপনৰ বাবে চৰকাৰক নিজৰ বিবাহ ভৱন দিবলৈ সাজু পুৰণিগুদামৰ এজন যুৱক

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
March 30, 2020 8:00 pm
20200330_084324

নিতুল গায়ন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছে আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে এই মহামাৰী ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।

ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপৰ মাজতে নগাঁৱৰ দুজনকৈ লোকে চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি অহা ঘটনাই বহুতকে সকাহ প্ৰদান কৰিছে।

Apply Now

কিছুদিন পূৰ্বে নগাঁও জিলাৰ কলিয়াবৰৰ কৃষ্ণ মহন্ত নামৰ এগৰাকী ব্যক্তিয়ে অসমত ক’ৰ’না ভাইৰাছত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে চিকিৎসালয় নিৰ্মাণৰ অৰ্থে ৰাজ্য চৰকাৰক নিজৰ ১০ বিঘা ভূমি প্ৰদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

এই উৎসাহজনক খবৰৰ পিছতেই পুৰণিগুদামৰ পথৰৰ-আগ চাৰিআলিৰ আন এজন লোক ক’ৰ’নাত আক্ৰান্ত লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে।

নিতুল গায়ন নামৰ লোকজনে পথাৰৰ-আগ চাৰিআলিত থকা নিজা “বৰ্ষা বিবাহ ভৱন” নামৰ বৃহৎ গৃহটি প্ৰয়োজন সাপেক্ষে আইছ’লেটেড শিবিৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চৰকাৰ তথা প্ৰশানক আহ্বান জনাইছে।

এই খবৰ বিয়পি পৰাৰ লগে লগে সম্প্ৰতি পুৰণিগুদামত সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে লোকজন।

ক’ৰ’নাৰ বিৰুদ্ধে চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা অত্যাধিক তৎপৰতাৰ প্ৰতি সহাৰি জনাই তথা বৃহত্তৰ নগাঁওবাসীৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি এই মহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে নিতুল গায়নে।

চৰকাৰে বিচাৰিলে পুৰণিগুদাম-চাপানালা সংযোগী মূল পথটোৰ দাঁতিতে থকা সৰ্বমুঠ ১২,০০০ স্কুৱেৰফুটৰ বিবাহ ভৱনটোত প্ৰয়োজন অনুসৰি প্ৰায় ২০০খন বিচনা সংস্থাপন কৰি ক’ৰ’না ৰোগী সকলক আছুতীয়াকৈ ৰাখি উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা যাব বুলি আশাবাদী মানব দৰদি পুৰণিগুদামৰ বিশেষ লোকজন।

অৱশ্যে লোকজনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ বিষয়টো অসমবাসীৰ ওচৰত উত্থাপন কৰাৰ পিছত ইয়াৰ অনুমতি বিচাৰি চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীলৈ ইতিমধ্যেই এখন আবেদন পত্ৰ প্ৰেৰণ কৰাৰ দিহা কৰিছে বুলি জানিবলৈ দিছে নিতুল গায়নে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

June 23, 2026 6:14 pm
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

June 23, 2026 5:52 pm
“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

“পৰীক্ষাতকৈ মোৰ বাবে বোৰ্খা বেছি গুৰুত্বপূৰ্ণ’’ : নীট পৰীক্ষাৰ্থীৰ মন্তব্যই চকু কপালত তুলিছে দেশবাসীৰ

June 23, 2026 5:04 pm
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ প্ৰতিভা! স্পেইনৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান আঁজুৰিলে কৌশিক শৰ্মাৰ ছবিয়ে

June 23, 2026 4:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

June 23, 2026 6:14 pm
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ মাজতে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ! ফ্ৰীজ হৈ থকা বেংক একাউণ্ট পৰিচালনাৰ অনুমতি পালে পত্নী গৰিমা গাৰ্গে

June 23, 2026 5:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd