• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বজাৰ বন্ধ কৰিবলৈ দিয়া নিৰ্দেশৰ বাবেই দণ্ডাধীশক আক্ৰমণ একাংশ দুৰ্বৃত্তৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
April 2, 2020 9:56 am
bajali-arrest-750x375

গ্ৰেপ্তাৰ হোৱা দুয়োজন আক্ৰমণত জড়িত। ফটো : নৰ্থ-ইষ্ট নাও

3.5k
VIEWS
Share on FacebookShare on Twitter

নামনি অসমৰ বৰপেটা জিলাত বুধবাৰে এটা দুৰ্বৃত্তৰ দলে বজালীৰ দণ্ডাধীশ জোনালী ৰাভাক আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বৰপেটা জিলাৰ সৰুপেটা অঞ্চলৰ বাটুৱাত।

উল্লেখ্য যে, সমগ্ৰ দেশজুৰি চলি থকা লকডাউন অমান্য কৰি সৰুপেটাৰ বাটুৱা অঞ্চলত এখন বজাৰ বহিছিল। স্থানীয় লোকক সেই বজাৰ বন্ধ কৰিবলৈ দণ্ডাধীশ জোনালী ৰাভাই নিৰ্দেশ দিয়াৰ বাবেই দুৰ্বৃত্তৰ দলটোৱে তেওঁক আক্ৰমণ কৰে।

দুৰ্বৃত্তৰ দলটোৱে দণ্ডাধীশ গৰাকী যোৱা গাড়ীত শিলেৰে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে। সৌভাগ্য ক্ৰমে এই আক্ৰমণত দণ্ডাধীশ গৰাকী ৰক্ষা পৰে যদিও বাহনখন ক্ষতিগ্ৰস্ত হয়।

ইফালে লকডাউন অমান্য কৰা আৰু দণ্ডাধীশক আক্ৰমণ কৰাৰ অপৰাধত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোক দুজন ছাদ্দাম হুছেইন (৪০) আৰু তাজুদ্দিন আলী (২১) বুলি চিনাক্ত কৰা হৈছে।

Tags: COVID19

Recent News

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd