• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিটা পদক্ষেপৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা WHOৰ অধ্যক্ষ টেড্ৰ’ছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2020 2:35 pm
221images
55.3k
VIEWS
Share on FacebookShare on Twitter

বিশ্ব স্থাস্থ্য সংস্থা( WHO)ৰ অধ্যক্ষ টেড্ৰ’ছ এধান’ম ঘেব্ৰেয়াচুছে প্ৰশংসা কৰিছে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।

সমগ্ৰ বিশ্বত নৰ সংহাৰ চলোৱা ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা তিনিটা পদক্ষেপৰ বাবে প্ৰশংসা কৰিছে টেড্ৰ’ছে।

নিজৰ টুইটাৰ একাউন্টত টুইট কৰি টেড্ৰ’ছে ল’কডাউনৰ সময়ছোৱাত দৰিদ্ৰ আৰু অসুৰক্ষিত শ্ৰেণীৰ লোকৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰাৰ পদক্ষেপক প্ৰশংসা কৰিছে টেড্ৰ’ছে।

My appreciation to Prime Minister @narendramodi for announcing a $24 billion package to support ??’s vulnerable populations during #COVID19 crisis, including:
-free food rations for 800M disadvantaged people
-cash transfers to 204M poor women
-free cooking gas for 80M households.

— Tedros Adhanom Ghebreyesus (@DrTedros) April 2, 2020

বিশেষকৈ দৰিদ্ৰ লোকৰ ৰেচনৰ বাবে ৮০০ মিলিয়ন, দৰিদ্ৰ মহিলাক কেচ ট্ৰেন্সফাৰৰ বাবে ২০৪ মিলিয়ন আৰু দুখীয়া গৃহিনীসকললৈ গেছ যোগানৰ ৮০ মিলিয়নকৈ ধন প্ৰদানৰ ঘোষণা কৰা বাবে টেড্ৰ’ছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে।

যোৱা বৃহস্পতিবাৰে ২১ দিনীয়া ল’কডাউনৰ কালছোৱাত দৰিদ্ৰ আৰু প্ৰব্ৰজিত শ্ৰমিকসকলৰ আৰ্থিক সকাহৰ বাবে চৰকাৰে ১.৭ লাখ কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিছিল।

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ অধীনত এই পেকেজৰ জৰিয়তে নগৰ আৰু গ্ৰামাঞ্চালৰ দৰিদ্ৰসকলক ‘ভোকাতুৰ শূণ্য’ কৰাত তাৎক্ষণিক গুৰুত্ব প্ৰদান কৰা হ’ব।

Tags: COVID19

Recent News

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd