• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত এইমছৰ চিকিৎসকো কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত; নাছিল কোনো ট্ৰেভেল হিষ্ট্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2020 3:51 pm
Mediical

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ক্ষিপ্ৰ গতিত বৃদ্ধি পাবলৈ লৈছে। এতিয়া এই সংক্ৰমণে এইমছৰ চিকিৎসককো আক্ৰান্ত কৰাৰ খৱৰ আহিছে।

দিল্লীৰ এইমছৰ এজন ৰেছিডেন্ট ডাক্টৰৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ পোৱা গৈছে। চিকিৎসকজনৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিল বুলি জানিব পৰা গৈছে।

চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা সকলো লোককে কোৱাৰেন্টাইন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ইয়াৰ পূৰ্বে দিল্লীৰ ৬জন চিকিৎসক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ খৱৰ প্ৰকাশ পাইছে।

বুধবাৰে দিল্লী চৰকাৰৰ এখন হাস্পাতলৰ দুজন চিকিৎসক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছিল।ইয়াৰে এজন চিকিৎসকে কৰ’না ৰোগীৰ চিকিৎসা কৰিছিল। ৰোগীৰ সংস্পৰ্শলৈ অহাৰ ফলতে তেওঁ সংক্ৰমিত হৈছিল।

ইয়াৰ উপৰি ডুবাইৰ পৰা উভতি অহা এগৰাকী মহিলা চিকিৎসকৰো কৰ’না পজিটিভ পোৱা গৈছে।

দুয়েজন চিকিৎককে আইছ’লেশ্যন কৰা হৈছে। তদুপৰি, তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱাৰেন্টাইন কৰা হৈছে।

ভাৰতত নভেল কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২০০০ অতিক্ৰম কৰিছে আৰু মৃত্যুৰ সংখ্যা ৬০ জন অতিক্ৰম কৰিছে।

বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান আৰু মহাৰাষ্ট্ৰত নতুনকৈ লোক আক্ৰান্ত হোৱাৰ খৱৰ পোৱা হৈছে।

বৃহস্পতিবাৰে তেলেংগানাত তিনিজন, হাৰিয়ানা, গুজৰাট আৰু পঞ্জাৱত এজনকৈ মুঠ ছয়জন লোকৰ মৃত্যু হোৱাৰ খৱৰ পোৱা গৈছে।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm
অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

অবৈধ কয়লা খননক লৈ চিবিআইৰ তদন্তৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ

September 14, 2025 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd