• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাইৰাছ প্ৰতিৰোধত তৎপৰ: মেক্সিকোত বন্ধ কৰা হ’ল কৰ’না বীয়েৰৰ উৎপাদন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2020 6:09 pm
ss_corona_beer new
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ আন আন দেশৰ লগতে মেক্সিকোতো মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে।  এই মাৰাত্মক ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে।

সেয়েহে, দেশৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰা বন্ধ কৰা হৈছে কৰ’না বীয়েৰৰ উৎপাদন। মেক্সিকো চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Apply Now

দেশখনে এই বীয়েৰৰ উৎপাদনৰ পৰা অহা টকা চিকিৎসা ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে।

কৰ’নাৰ সংক্ৰমণে জনসাধাৰণৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। সমান্তৰালভাৱে আক্ৰান্ত তথা মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে।

মেক্সিকোত আক্ৰান্তৰ সংখ্যা ১৫০০ অতিক্ৰম কৰাৰ লগতে ৫০জনতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।

দেশখনত হেলথ ইমাৰজেন্সী জাৰি কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে বাকী সকলো সামগ্ৰীৰ উৎপাদন বন্ধ কৰি দিয়া হৈছে।

মেক্সিকোত কৰ’না বীয়েৰ প্ৰস্তুত কৰে গ্ৰুপো মোডেলো নামৰ এটা কোম্পানীয়ে।  তেওঁলোকৰ পেছিফিকো আৰু মোডেলো নামে আৰু দুটা মদৰ ব্ৰেণ্ড আছে।

চৰকাৰৰ ফালৰ পৰা দিয়া নিৰ্দেশৰ পৰিপ্ৰেক্ষিততে কোম্পানীটোৱে এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছে।

কোম্পানীৰ ফালৰ পৰা কোৱা হৈছে,’’আমি আমাৰ ফেক্টৰীত উৎপাদন হ্ৰাস কৰিছো। কিছুদিনৰ ভিতৰতে সেয়া সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ব। তদুপৰি, চৰকাৰে বিচাৰিলে গ্ৰুপো মোডেলোৱে ইয়াৰ ৭৫ সতাংশ কৰ্মচাৰীক অন্য কামত নিয়োজিত কৰিব।‘’

মেক্সিকো চৰকাৰে জনাইছে যে কৃষিজাত সামগ্ৰীৰ বাহিৰে বাকী খণ্ডৰ উৎপাদন বৰ্তমান বন্ধ ৰখা হ’ব।

মেক্সিকোৰ অন্যতম বীয়েৰ উৎপাদন কৰা কোম্পানী ‘হেইনেকেন’য়ে ও ইয়াৰ ‘টিকেটছ’ আৰু ‘ডছ ইকুইছ’ৰ দৰে প্ৰসিদ্ধ বীয়েৰ উৎপাদন শুকুৰবাৰৰ পৰা বন্ধ কৰিব পাৰে।

উল্লেখযোগ্য যে কৰ’নাভাইৰাছৰ আতংক বিয়পি পৰাৰ পাছৰে পৰা কৰ’না বীয়েৰক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিভিন্ন দেশসমূহত ইয়াৰ বিক্ৰী হ্ৰাস পাইছিল।

খৱৰ অনুসৰি, কেবল আমেৰিকাতে ইয়াৰ বিক্ৰী প্ৰায় আধা হ্ৰাস পাইছিল। অৱশ্যে কোম্পানীৰ ফালৰ পৰা কোৱা হৈছে যে নামৰ বাহিৰে ভাইৰাছৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

কিন্তু কৰ’না বীয়েৰৰ পৰাও শংকা বিয়পিছে। গতিকেই কোম্পানীটোৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ইয়াৰ উৎপাদন।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd