• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুমিনুল আৱালক উভটি ধৰিলে মাদ্ৰাছা ছাত্ৰ সন্থাই; সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষৰ পৰা বৰ্খাস্তৰ দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 3, 2020 8:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে অলপতে ফে’চবুক লাইভৰ জৰিয়তে মুছলমান সম্প্ৰদায়ক লৈ কেতবোৰ ‘আপত্তিজনক’ মন্তব্য কৰাৰ পিছতে তেওঁক উভতি ধৰিছে মাদ্ৰাছা ছাত্ৰ সন্থাই।

নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত মাদ্ৰাছা ছাত্ৰ সন্থাৰ সভাপতি ওৱাহিদুজ্জামানে আৱালে কৰা মন্তব্যৰ প্ৰতিক্ৰয়া প্ৰকাশ কৰি কয়, ‘মুমিনুল আৱালৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগ দাখিল কৰি অহা হৈছে যদিও তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইয়াৰ অৰ্থ হ’ল এয়ে যে অসমৰ মুছলমানক তুচ্ছ তাচ্ছিল্য কৰাৰ কাৰণে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুমিনুল আৱালক এজেণ্ট হিচাপে নিয়োজিত কৰিছে।‘

Apply Now

‘মুছলমান জাতিক অপমান নকৰিবলৈ’ মুমিনুল আৱালক আহ্বান জনাই ওৱাহিদুজ্জামানে লগতে কয় ‘আৱাল এজন নামমাত্ৰ মুছলমান। নামটো মুছলমান হ’লেই আপুনি মুছলমান হৈ নাযায়। আমি নিমাত হৈ থাকিলে তেওঁৰ মিছা কথাবোৰ ৰাইজে সঁচা বুলি ভাবিব।‘

‘মুমিনুল আৱালক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষৰ পদৰ পৰা তেওঁক বৰ্খাস্ত কৰক।‘ মুখ্য মন্ত্ৰীৰ প্ৰতি সংগঠনটোৰ দাবী।

ক’ৰ’না ভাইৰাছ ধনী দুখীয়া, মন্দিৰ মছজিদ সকলোতে থকাসকলৰ হ’ব পাৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি ওৱাহিদ্দুজ্জামানে কয় ‘ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপ বা নিৰ্দেশ সকলোৱে মানি চলিব লাগে। অসমৰ মুছলমান ৰাইজে প্ৰধান মন্ত্ৰীৰ আহ্বান মৰ্মে সম্পূৰ্ণৰূপে লকডাউন মানি চলিছে। সেই অনুসৰিয়েই মছজিদ মাদ্ৰাছাসমূহ বন্ধ কৰি ৰখা হৈছে।‘

‘কিন্তু অসমৰ বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে সম্পূৰ্ণ এটা মিছা অপবাদ আমাৰ ওপৰত জাপি দিছে। তেওঁৰ এই মিথ্যা অপবাদ তীব্ৰ ভাষাৰে গৰিহণা দিছো। মুছলমান লোকক তেওঁ সদায় তুচ্ছ তাচ্ছিল্য কৰি থাকে। মুছলমানক গালি পাৰি মুমিনুল আৱাল বিজেপিৰ ডাঙৰ নেতা হ’ব বিচাৰিচে। বিজেপিৰ এইটো এটা চৰিত্ৰ যে মুছলমান ধৰ্মাৱলম্বী লোকক তুচ্ছ তাচ্ছিল্য কৰি বা অপমান কৰি ক্ষমতা অৰ্জন কৰা।‘ ওৱাহিদুজ্জামানে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়   

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়  

June 14, 2026 5:30 pm
বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

June 14, 2026 5:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd