• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মুমিনুল আৱালক উভটি ধৰিলে মাদ্ৰাছা ছাত্ৰ সন্থাই; সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষৰ পৰা বৰ্খাস্তৰ দাবী

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 3, 2020 8:25 pm

2 min read

মুমিনুল আৱালক উভটি ধৰিলে মাদ্ৰাছা ছাত্ৰ সন্থাই; সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষৰ পৰা বৰ্খাস্তৰ দাবী
2.1k
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে অলপতে ফে’চবুক লাইভৰ জৰিয়তে মুছলমান সম্প্ৰদায়ক লৈ কেতবোৰ ‘আপত্তিজনক’ মন্তব্য কৰাৰ পিছতে তেওঁক উভতি ধৰিছে মাদ্ৰাছা ছাত্ৰ সন্থাই।

নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত মাদ্ৰাছা ছাত্ৰ সন্থাৰ সভাপতি ওৱাহিদুজ্জামানে আৱালে কৰা মন্তব্যৰ প্ৰতিক্ৰয়া প্ৰকাশ কৰি কয়, ‘মুমিনুল আৱালৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগ দাখিল কৰি অহা হৈছে যদিও তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইয়াৰ অৰ্থ হ’ল এয়ে যে অসমৰ মুছলমানক তুচ্ছ তাচ্ছিল্য কৰাৰ কাৰণে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুমিনুল আৱালক এজেণ্ট হিচাপে নিয়োজিত কৰিছে।‘

‘মুছলমান জাতিক অপমান নকৰিবলৈ’ মুমিনুল আৱালক আহ্বান জনাই ওৱাহিদুজ্জামানে লগতে কয় ‘আৱাল এজন নামমাত্ৰ মুছলমান। নামটো মুছলমান হ’লেই আপুনি মুছলমান হৈ নাযায়। আমি নিমাত হৈ থাকিলে তেওঁৰ মিছা কথাবোৰ ৰাইজে সঁচা বুলি ভাবিব।‘

‘মুমিনুল আৱালক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষৰ পদৰ পৰা তেওঁক বৰ্খাস্ত কৰক।‘ মুখ্য মন্ত্ৰীৰ প্ৰতি সংগঠনটোৰ দাবী।

ক’ৰ’না ভাইৰাছ ধনী দুখীয়া, মন্দিৰ মছজিদ সকলোতে থকাসকলৰ হ’ব পাৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি ওৱাহিদ্দুজ্জামানে কয় ‘ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপ বা নিৰ্দেশ সকলোৱে মানি চলিব লাগে। অসমৰ মুছলমান ৰাইজে প্ৰধান মন্ত্ৰীৰ আহ্বান মৰ্মে সম্পূৰ্ণৰূপে লকডাউন মানি চলিছে। সেই অনুসৰিয়েই মছজিদ মাদ্ৰাছাসমূহ বন্ধ কৰি ৰখা হৈছে।‘

‘কিন্তু অসমৰ বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে সম্পূৰ্ণ এটা মিছা অপবাদ আমাৰ ওপৰত জাপি দিছে। তেওঁৰ এই মিথ্যা অপবাদ তীব্ৰ ভাষাৰে গৰিহণা দিছো। মুছলমান লোকক তেওঁ সদায় তুচ্ছ তাচ্ছিল্য কৰি থাকে। মুছলমানক গালি পাৰি মুমিনুল আৱাল বিজেপিৰ ডাঙৰ নেতা হ’ব বিচাৰিচে। বিজেপিৰ এইটো এটা চৰিত্ৰ যে মুছলমান ধৰ্মাৱলম্বী লোকক তুচ্ছ তাচ্ছিল্য কৰি বা অপমান কৰি ক্ষমতা অৰ্জন কৰা।‘ ওৱাহিদুজ্জামানে কয়।

Recent News

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd