• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰৰ পৰিসংখ্যাত ভিন্ন ছবি: বৃদ্ধ নহয়, কৰ’নাত অধিক আক্ৰান্ত হৈছে যুৱ সমাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2020 11:53 am
Coronavirus-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

7.5k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াভাৱে প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এক চাঞ্চল্যকৰ তথ্যত দেখা গৈছে যে দেশত ষাঠিৰ উৰ্ধৰ লোক নহয়, বৰঞ্চ যুৱ বয়সৰ লোকহে অধিক আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰিসংখ্যা অনুসৰি, দেশত কৰ’না আক্ৰান্তসকলৰ ভিতৰত ৮৩ শতাংশই হৈছে পঞ্চাশতকৈ কম বয়সৰ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্যই ইমানদিনে কৈ অহা বয়সস্থ আৰু শিশুসকল কৰ’নাত অধিক আক্ৰান্ত হোৱাৰ ধাৰণাটোক ভুল বুলি প্ৰমানিত কৰিলে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্যই স্বাভাৱিকতে দেশত উদ্বিগ্নতা বৃদ্ধি কৰিছে।

তথ্য অনুসৰি, দেশৰ COVID-19পজিটিভ ৰোগীৰ মাজত ৪২ শতাংশৰ বয়স ২১ৰপৰা ৪০বছৰৰ ভিতৰত।

ইয়াৰ পাছতে COVID-19পজিটিভ ৰোগীৰ মাজত আছে ৪১ৰপৰা ৫০ বছৰৰ ভিতৰৰ প্ৰায় ৩৩ শতাংশ লোক।

আনহাতে, তৃতীয় পৰ্যায়ত অৰ্থাৎ ষাঠি বছৰৰ উৰ্ধত বৰ্তমান মাত্ৰ ১৭ শতাংশ লোক কৰ’নাত আক্ৰান্ত হৈছে।

সৰ্বশেষত ২০ বছৰৰ তলৰ সংক্ৰমিতৰ হাৰ বৰ্তমান ৯ শতাংশ।

শনিবাৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ ফালৰ পৰা দিয়া সংবাদমেলত এই পৰিসংখ্যা দাঙি ধৰা হয়।

এতিয়া কথা হ’ল দেশৰ যুৱ সমাজে যদি ভাৱিছে যে তেওঁলোকৰ কৰ’নাত সংক্ৰমণৰ সম্ভাৱনা কম, তেতিয়াহ’লে সেয়া ভুল।

ইয়াৰ মাজতে বিশেষজ্ঞসকলৰ দাবী যে এই ৰোগৰ লক্ষণ বুজি পাওতে যিহেতু বহ সময় লাগি যায়, গতিকে সকলো বয়সৰ লোকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে হাত আদি ধুই পৰিষ্কাৰ থকাৰ যত্ন কৰা উচিত।

স্বাভাৱিকতেই ভাৰতৰ দৰে বৃহৎ যুৱ সংখ্যাৰ দেশখনত যুৱসকল অধিক আক্ৰান্ত হ’লে বিষয়টো অধিক চিন্তনীয় হৈ পৰিব।

Recent News

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd