• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ধৰ্মান্ধৰ অবিবেকী কাণ্ডৰ বাবে অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মীসকলে লজ্জানত হ’বলগীয়া হৈছে’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 5, 2020 7:43 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ধৰ্মান্ধৰ অবিবেকী কাণ্ডৰ বাবে অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মী লোকসকল লজ্জানত হ’বলগীয়া হৈছে।’ এই মন্তব্য সদৌ অসম গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ।

তবলিগী জামাতীক উদ্দেশ্যি কটাক্ষ সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদে কয় যে, ‘অতি দুৰ্ভাগ্যজনকভাৱে একাংশ ধৰ্মান্ধই তবলিগী জামাতৰ বাবে অসম ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে।

Apply Now

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ যোগে হাফিজুলে কবলিগী জামাতলৈ যোৱা লোকসকলক সমালোচনা কৰি তেওঁ কয়, ‘ধৰ্মান্ধৰ অবিবেকী কাণ্ডৰ বাবে অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মী লোকসকল লজ্জানত হ’বলগীয়া হৈছে।‘

তবলিগী জামাতীসকলে কেৱল চৰকাৰী নীতি নিৰ্দেশনাই যে অৱমাননা কৰিছে তেনে নহয়, হজৰত মহম্মদৰ যি নিৰ্দেশনা তাকো অৱমাননা কৰিছে বুলি হাফিজুলে মন্তব্য কৰে।

‘মহামাৰী সংক্ৰমিত হোৱা অঞ্চললৈ যাব নালাগে বা তেনে অঞ্চলৰ পৰা আহিব নালাগে বুলি হজৰত মহম্মদে দিয়া নিৰ্দেশনাক আবামাননা কৰিছে। তবলিগী জামাতীসকলে দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজত গৈ গণ-সমাৱেশ ঘটালে আৰু হজৰত মহম্মদৰ নিৰ্দেশনাক অৱমাননা কৰিলে। তাৰ পাছত তেওঁলোক মহামাৰী হোৱা স্থান দিল্লীৰ পৰা ঘূৰি আহি কোনোধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ তেওঁলোকে আত্মগোপন কৰিলে।‘ আহমেদে এইদৰে কয়।

ইপিনে, এই তবলিগী জামাতৰ সৈতে খিলঞ্জীয়া ইছলামধৰ্মী লোক খুব কম সংখ্যকহে জড়িত বুলি দাবী কৰি আহমেদে লগতে কয় ‘বহৎ সংখ্যক বহিৰাগত মূলৰ লোকৰ সৈতে কম সংখ্যক গৰীয়া মৰীয়া দেশীয়ই ধৰ্মীয়ভাৱে একাত্ম হৈ পৰাৰ বাবে আপাত দৃষ্টিত এই ধাৰণা হয় যে গোটেই ইছলামধৰ্মী লোকসকল তবলিগী জামাতৰ সৈতে জড়িত। আচলতে তেনে নহয়।‘

Tags: COVID19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd