• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ হকী ইণ্ডিয়াই প্ৰদান কৰিলে ১ কোটি টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2020 8:05 pm
manpreet-singh-india-hockey-1200

প্ৰতিনিধিত্বমূলক চিত্ৰ

827
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ হকী ইণ্ডিয়াই শনিবাৰে প্ৰধান মন্ত্ৰীৰ কেয়াৰছ ফাণ্ডলৈ আৰু ৭৫ লাখ টকা প্ৰদান কৰে।

ইয়াৰ পূৰ্বে হকী ইণ্ডিয়াৰ কাৰ্যকৰী ব‍‘ৰ্ডে ২৫ লাখ টকা প্ৰদান কৰিছিল। এইদৰে হকী ইণ্ডিয়াই সৰ্বমুঠ ১ কোটি টকা সহায়ৰ বাবে আগবঢ়ালে।

হকী ইণ্ডিয়াৰ অধ্যক্ষ মহম্মদ মুস্তাক আহমেদে কয়, ‍‘বৰ্তমানৰ এই সংকটৰ মুহূৰ্তত আমি চৰকাৰৰ সৈতে ঠিয় হোৱা প্ৰয়োজন। কোভিদ-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে যিমান কৰিব পাৰে সেয়া সকলো কৰিছে‍’।

তেওঁ লগতে কয়, ‍‘দেশৰ লোকে সদাই হকীক ভাল পাই আহিছে আৰু সমৰ্থন জনাই আহিছে আৰু দেশবাসীক এই মহামাৰীৰ বিৰুদ্ধে বিজয়ী হিচাপে দেখিবলৈ আমাৰ ফালৰ পৰা যি সম্ভৱ সেয়া কৰিব বিচাৰো‍’।

হকী ইণ্ডিয়াৰ মহাসচিব ৰাজিন্দৰ সিঙে ককয় যে হকী ইণ্ডিয়াই সদায় ভাল কামত আগবাঢ়ি আহিছে আৰু কোভিদ-১৯ত সমগ্ৰ বিশ্ব আক্ৰান্ত হৈছে সেয়ে সংকটৰ সময়ত আমি ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ সমৰ্থন আগঢ়াব বিচাৰিছো।

ইফালে হকী ইণ্ডিয়াৰ চি ই অ‍’ এৰ্লেনা নোৰ্মেনে কয়, ‍‘ৰাষ্ট্ৰৰ দ্বাৰা হকী ইণ্ডিয়া গঠন হৈছিল আৰু সংকটৰ এই সময়ত দেশৰ বাবে আমি কিবা এটা কৰিব বিচাৰিছো। আমি আশা কৰিছো আমাৰ এক কোটিৰ আৰ্থিক অনুদানে প্ৰয়োজনীয় লোকসকলক সহায় কৰিব‍’।

Tags: COVID19

Recent News

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd