• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাৰে যুঁজত জয়ী হৈ ঘৰলৈ উভতিল কণিকা কাপুৰ; থাকিব লাগিব ১৪ দিনৰ কোৱাৰেন্টাইনত

by
April 6, 2020 11:54 am
kanika-kapoor

গায়িকা কণিকা কাপুৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত যোৱা ২০ মাৰ্চত লক্ষ্ণৌৰ সঞ্জয় গান্ধী প’ষ্ট গ্ৰেজুৱেশ্যন ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স হাস্পাতলত ভৰ্তি হোৱা গায়িকা কণিকা কাপুৰ সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

কণিকাৰ একেৰাহে দুবাৰকৈ কৰা পৰীক্ষাত নিগেটিভ পোৱাৰ পাছত সোমবাৰে তেওঁক হাস্পাতলৰ পৰা যাবলৈ দিয়া হয়।

Apply Now

অৱশ্যে, ঘৰলৈ উভতাৰ পাছত গায়িকাগৰাকীক সতৰ্কতা বজাই ৰাখিবলৈ কোৱা হৈছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি, কণিকা কাপুৰে ঘৰত ১৪দিন পৰ্যন্ত কোৱাৰেন্টাইনত থাকিব লাগিব।

উল্লেখযোগ্য যে কণিকা কাপুৰৰ একেৰাহে কেইবাটাও পৰীক্ষাত কৰ’না পজিটিভ পোৱা গৈছিল।

বৰ্তমান চিকিৎসকে জানিবলৈ দিয়া মতে কণিকা সম্পূৰ্ণ সুস্থ হৈ উঠিছে। তেওঁৰ শৰীৰত কৰ’নাৰ কোনো লক্ষণ নাই। পঞ্চমটো পৰীক্ষাৰ পাছত এতিয়া ষষ্ঠ নম্বৰ পৰীক্ষাতো ৰিপ’ৰ্ট নিগেটিভ অহাৰ পাছত তেওঁক যাবলৈ দিয়া হৈছে।

কেইবাদিনো ধৰি হাস্পাতলত আইছ’লেশ্যনত থকাৰ পাছত পৰিয়াল তথা সন্তানৰ সৈতে বিচ্ছিন্ন হৈ থকা কণিকা ঘৰলৈ উভতি অহাৰ বাবে গোটেই পৰিয়ালটোৱে স্বস্তিৰ নিশ্বাস পেলাইছে।

উল্লেখযোগ্য যে কণিকা কাপুৰৰ শৰীৰত কৰ’না পজিটিভ পোৱাৰ খৱৰ পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছিল।

কণিকাৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে তেওঁ বিদেশৰ পৰা উভতি অহাৰ পাছত মুম্বাই বিমানবন্দৰত পৰীক্ষা নকৰাকৈ তাৰ পৰা পলাই আহিছিল।

গায়িকাগৰাকীক হাস্পাতলত ভৰ্তি কৰোৱাৰ পাছত কণিকাই চিকিৎসকে তেওঁক ধমক দিয়াৰ কথা প্ৰকাশ কৰিছিল। আনহাতে, চিকিৎসকে জানিবলৈ দিছিল যে কণিকাই চিকিৎসাত সহযোগ কৰা নাছিল।

Tags: COVID19

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd