• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোনে সৃষ্টি কৰিলে দেশত ব্যাপক চৰ্চা লাভ কৰা ক’ৰ’না ভাইৰাছসদৃশ হেলমেট ?

by
April 6, 2020 4:24 pm
139472-shioqmdkka-1586013963

বিশেষ হেলমেটটোৰ সৈতে শিল্পী বি গৌথম।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীৰ মূৰত এটা বিশেষ হেলমেট। ল’কডাউন ভংগকাৰীক বিশেষ হেলমেট পৰিহিত আৰক্ষীগৰাকীয়ে ক’ৰ’না ভাইৰাছৰ ভয়াৱহতা সম্বন্ধে বুজাই ঘৰতে থাকি নিজৰ, পৰিয়ালৰ লগতে দেশক ৰক্ষা কৰিবলৈ বুজাইছে।

দেশৰ অন্যান্য প্ৰান্তত আৰক্ষীয়ে ল’কডাউন অমান্যকাৰী বেত্ৰাঘাট কৰিছে। অথচ বিশেষ হেলমেট পৰিধান কৰাৰ আৰক্ষীয়ে বেত্ৰাঘাট কৰাৰ বিপৰীতে ল’কডাউন অমান্যকাৰীক ধুনীয়াকৈ বুজাই বঢ়াই ঘৰলৈ পঠিয়াই দিছে।

Apply Now

চ’ছিয়েল মিডিয়াত ব্যাপকৰূপত ভাইঅৰাল হৈ পৰা এই দৃশ্য আপুনিও নিশ্চয় দেখিছে।

এই ভাইৰেল হৈ পৰা ভিডিঅ’ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে আৰক্ষীয়ে মূৰত পৰিধান কৰা এটা বিশেষ হেলমেট। এই বিশেষ হেলমেটটো হৈছে সমগ্ৰ বিশ্বত নৰ সংহাৰ চলোৱা ক’ৰ’না ভাইৰাছৰ আকৃতিৰ হেলমেট।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ২১ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ চাৰি দিনৰ পিছতে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই হেলমেটটো পৰিধান কৰিছিল চেন্নাইৰ আৰক্ষীৰ ৰাজেশ বাবুৱে।

Indian police inspector Rajesh Babu wearing a #coronavirus-themed helmet stands near a checkpoint during a government-imposed nationwide lockdown as a preventive measure against the COVID-19 coronavirus in Chennai on March 28, 2020.

Photos by AFP pic.twitter.com/LO8l8lnNW0

— Press TV (@PressTV) March 28, 2020

দেশত ব্যাপক চৰ্চা লাভ কৰা এই বিশেষ হেলমেটটো সৃষ্টি কৰিছে বি গৌথম নামৰ এজন শিল্পীয়ে।

ক’ৰ’না ভাইৰাছৰ থিমেৰে সৃষ্টি কৰা হেলমেটো এটা ভলী বলত পাতল কাঠৰ তৰপ লগাই বাতিৰ কাকতেৰে বিশেষভাৱে ক্ৰাফ্ট কৰি সৃষ্টি কৰা হৈছে।

জনসাধাৰণক ক’ৰ’না ভাইৰাছৰ ভয়াৱহতা সম্পৰ্কে সজাগ কৰি তুলি মানুহক নিজক আৰু পৰিয়ালৰ লগতে দেশখনকো সুৰক্ষিত কৰিবলৈ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈকে ২৭ বছৰীয়া শিল্পী গৌথমে এই বিশেষ হেলমেটটো সৃষ্টি কৰা বুলি জানিবলৈ দিছে।

গৌথমৰ সৃষ্টি কৰা এই বিশেষ হেলমেটোৱে সমগ্ৰ দেশতে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে।

View this post on Instagram

A post shared by art kingdom (@artkingdomorg)

বিভিন্নজনে তেওঁৰ সৃষ্টিক চ’ছিয়েল মিডিয়াৰ জৰিয়তে প্ৰশংসা কৰাও পৰিলক্ষিত হৈছে।

উল্লেখ্য চেন্নাইৰ ভিল্লিভাক্কম ভি১ আৰক্ষী থানাৰ ৰাজেশ বাবুৱে এই হেলমেটো পৰিধান কৰি ডিউটী কৰি থকাৰ ভিডিঅ’ প’ষ্ট কৰাৰ লগে লগে ই সমগ্ৰ দেশতে ভাইৰেল হৈ পৰাৰ লগতে ব্যাপক চৰ্চা লাভ কৰা দেখা যায়।

Tags: COVID19

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd