• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাতংক; প্ৰধানমন্ত্ৰী মোদীয়ে বৃদ্ধি কৰিব পাৰে দেশত ল’কডাউনৰ ম্যাদ!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2020 8:37 pm
lock-down-1

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

ক’ৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ঘোষণা কৰিছিল ২১ দিনীয়া ল’কডাউন। এই ল’কডাউন অহা ১৪ এপ্ৰিলত সম্পূৰ্ণ হোৱাৰ কথা।

Apply Now

দেশত ল’কডাউনৰ সময়সীমা বৃদ্ধি কৰা হ’ব নে নাই তাকে বিভিন্ন মহলত চৰ্চা হোৱা দেখা গৈছে।

ল’কডাউনৰ সময়ছোৱাত দেশত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ লগতে মৃতকৰ সংখ্যাও ক্ৰমশঃ বৃদ্ধি পাইছে।

তেনে এক সময়েত দেশত অব্যাহত থকা ২১ দিনীয়া ল’কডাউনৰ সময় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰধানমন্ত্ৰীয়ে ইংগিত প্ৰদান কৰিছে।

আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সতীৰ্থ মন্ত্ৰীসকলৰ পৰা এই বিষয়ত মতামত জানিব বিচাৰে বুলি এক বিশেষ সূত্ৰত প্ৰকাশ।

ভিডিঅ’ কনফাৰেন্সঙিৰ যোগেদি অনুষ্ঠিত আজি কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ল’কডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ সন্দৰ্ভত সতীৰ্থ মন্ত্ৰীসকলৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ আমোলাসকলৰ পৰাও পৰাৰ্মশ বিচাৰে।

নিজামুদ্দিনৰ তবলিগী জামাতৰ দ্বাৰা ক’ৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাত চিন্তিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ল’কডাউন সময় বৃদ্ধি কৰিবও পাৰে বুলি ধাৰণা কৰা হৈছে। বিশেষ সূত্ৰটোৱে এই কথা প্ৰকাশ কৰিছে।

সূত্ৰটোৰ মতে ল’কডাউনৰ সময়সীমা শেষ হ’বলৈ মাত্ৰ আৰু এটা সপ্তাহ বাকী থকাৰ পিছতো ক’ৰ’না সংক্ৰমণৰ চেইনডাল বিচ্ছিন্ন কৰিব নোৱাৰা বাবে প্ৰধানমন্ত্ৰী চিন্তিত হৈ পৰিছে।

ল’কডাউনৰ শেষৰটো সপ্তাহত পৰিস্থিত উন্নত নহ’লে দেশত ল’কডাউনৰ সময় বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত বুলি জানিব পৰা গৈছে।

অৱেশ্যে এই সম্পৰ্কত প্ৰধানমন্ত্ৰীয়ে এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই।

কিন্তু ২২ মাৰ্চৰ জনতা কাৰ্ফিউৰ পিছত ২৪ মাৰ্চৰ সন্ধিয়া প্ৰধানমন্ত্ৰীয়ে হঠাতে ২১ দিনীয়া ল’কডাউন সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ ঘোষণা কৰালৈ চাই ক’ৰ’না সংক্ৰমণ ৰোধ নহ’লে ল’কডাউনৰ সময় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd