• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত মাদক দ্ৰব্য সৰবৰাহকাৰী প্রাক্তন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

নবাৰুন গুহ by নবাৰুন গুহ
February 17, 2018 8:09 pm
drug-570x320
98
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ৰিকেট প্ৰেমীসকলে শুনি আচৰিত হ’ব যে ৰাজ্যখনৰ ১৬ অনুৰ্দ্ধ আৰু ১৯ অনুৰ্দ্ধ ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰক ড্ৰাগ সৰবৰাহ কৰাৰ অভিযোগত লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মোজাম্মিল হক বুলি চিনাক্ত কৰা ক্ৰিকেটাৰগৰাকীক মালা বৰুৱা নামৰ এগৰাকী মহিলাৰ সৈতে আৰক্ষীয়ে আটক কৰিছে।

লতাশিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুনীল কলিতাই নৰ্থ ইষ্ট নাওৰ আগত কয় যে ‘’ মোজাম্মিল হক এগৰাকী স্বভাৱগত অপৰাধী। আমি পূৰ্বতেও তেওঁক চাৰি-পাঁচবাৰ আটক কৰিছিলো। আজি তেওঁ ৰে’লৱে ক’লনিৰ জাব্ৰাপট্টিৰ কালীবাৰীত কফ্ চিৰাপ আৰু নাইট্ৰছান টেৱলেট বিক্ৰী কৰি আছিল।আমি তেওঁৰ পৰা ১৫ টা কফ্ চিৰাপ আৰু ২৭ টা টেবলেট উদ্ধাৰ কৰিছো।‘’

তেওঁৰ বিষয়ে ক’বলৈ গৈ অসমৰ ৰঞ্জী দলৰ প্ৰাক্তন খেলুৱৈ চৈয়দ জাকাৰিয়া জাফ্ৰীয়ে নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘’তেওঁ এগৰাকী উইকেট কীপাৰ আছিল আৰু ১৯৯০ৰ প্ৰথম ছোৱাত আমি যেতিয়া খেলিবলৈ আৰম্ভ কৰিছিলো তেতিয়াই তেঁৱো খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ কেতিয়াও প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলা নাছিল যদিও এগৰাকী ভদ্ৰ খেলুৱৈ আছিল। তেওঁৰ ক্ৰিকেট কেৰিয়াৰ কি কাৰণে সমাপ্তি ঘটিল আৰু কেনেকৈ আজিৰ এই অৱস্থালৈ আহিল মই নাজানো। দীৰ্ঘদিন ধৰি তেওঁ ক্ৰীড়া ক্ষেত্ৰখনৰ সৈতে সংস্পৰ্শত নাই। তেওঁ এনে অৱস্থাত উপনীত হোৱাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক।‘’

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd