• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিদ-১৯-ত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ বলিউদৰ অভিনেতা পূৰব কোহলিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2020 6:52 pm
Story-13-4-1140x570

পূবৰ কোহলি

1.3k
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় বলিউদৰ অভিনেতা পূৰব কোহলিয়ে মঙলবাৰে তেওঁ আৰু তেওঁৰ পৰিয়াল কোভিদ-১৯-ৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি সন্দেহ  প্ৰকাশ কৰে।

ইষ্টাগ্ৰামত এই কথা ৰাজহুৱা কৰে অভিনেতা কোহলিয়ে।

‘‘বন্ধু সকল, আমি চৰ্দিত ভুগিছো আৰু কোভিদ-১৯ৰ লক্ষণ প্ৰকাশ পাইছে । এই লক্ষণ সাধাৰণ চৰ্দিৰ দৰেই কিন্তু তীব্ৰ কাঁহ আছে আৰু উশাহলোৱাত কষ্ট অনুভৱ হৈছে,’’ ইষ্টাগ্ৰামত কোহলিয়ে কয়।

কহলিয়ে প্ৰথমতে তেওঁৰ কন্যা ইয়ানাৰ শৰীৰত ক’ৰ’নাৰ প্ৰাথমিক লক্ষণে দেখা দিয়া বুলি উল্লেখ কৰে।

‘ৰ’ক অ’ন’ চলচ্চিত্ৰত সুন্দৰ অভিনয় কৰা অভিনেতা গৰাকীয়ে প্ৰথমতে তেওঁৰ কন্যা কিছু কাঁহত ভূগিছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ পত্নীয়ো বুকুৰ সমস্যাত আক্ৰান্ত হৈছিল বুলি লগতে কয়।

‘‘মোৰ পত্নী আৰু কন্যাৰ শৰীৰত প্ৰাথমিক লক্ষণে দেখা দিয়াৰ পাছত মই তীব্ৰ কাঁহত ভূগিছিলো আৰু এদিন পাছত সেই কাঁহ নোহোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত পুনৰ ডিঙিত সুৰসুৰণি আৰম্ভ হৈছিল,’’ অভিনেতা কোহলিয়ে প্ৰকাশ কৰে।

আনহাতে, বৰ্তমান সময়ত পত্নী কন্যাকে ধৰি পৰিয়ালৰ আটাইকেইগৰাকী সদস্য জ্বৰত ভূগি আছে বুলিও তেও কয়।

উল্লেখযোগ্য যে, কোহলীয়ে পৰিয়ালৰ লগত বৰ্তমান সময়ত হোম কোৱাৰেণ্টাইনত আছে.

Tags: COVID-19

Recent News

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd