• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিটি বাছৰ নাটনিৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈছে গুৱাহাটীৰ নাগৰিকসকল

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 9:55 pm
ghy-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইদিনমান ধৰি চিটি বাছৰ নাটনিৰ বাবে গুৱাহাটীৰ নাগৰিকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। মহানগৰীখনৰ পৰা প্ৰায় ৪০০ খন বাছ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নাগালেণ্ডলৈ প্ৰেৰণ কৰা হৈছে।

অহা ১ মাৰ্চলৈকে যিসকল লোকে যাতায়তৰ বাবে স্থানীয় পৰিবহনৰ বাছসেৱা গ্ৰহণ কৰি আহিছে তেওঁলোক আহুকালৰ সন্মুখীন হ’ব আৰু অহা মাহৰ প্ৰথম সপ্তাহত বাছবোৰ উভতি নহালৈকে এই সমস্যা থাকিব।

নাগালেণ্ডত নিৰ্বাচনৰ কাম চলি থকাৰ বাবে ৰাজ্যখনক ট্ৰাক, বাছ আৰু সৰু বাহনকে ধৰি প্ৰায় ৪,০০০যান-বাহনৰ প্ৰয়োজন হৈছে।

‘’যোৱা কেইদিন ধৰি মই বাছ নোপোৱাৰ বাবে খোজ কাঢ়ি কাৰ্যালয়লৈ আহিবলগীয়া হৈছে। কাৰ্যালয়লৈ ওলাই আহি দীৰ্ঘ সময় ধৰি বাছৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে আৰু তাৰপিছতো বাছবোৰ ইমান ভিৰ যে তাত উঠিব পৰাটো অসম্ভৱ,’’-এগৰাকী গাণনিক সংগীতা দাসে এইদৰে কয়।

ভাড়াৰ বাবে অধিগ্ৰহণ কৰা যান-বাহনসমূহ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰখা হৈছে।

মহানগৰীত প্ৰায় ১,২৪৭ খন বাছ সাধাৰণতে চলাচল কৰে কিন্তু বাছৰ এই নাটনিৰ বাবে এতিয়া মাত্ৰ ৬৬৯ খন বাছহে চলাচল কৰি আছে।

এটা ব্যক্তিগত বেংকৰ কৰ্মচাৰী আশীষ শৰ্মাই কয়, ‘’ মই এটা ব্যক্তিগত বেংকত কাম কৰাৰ কাৰণে প্ৰতিদিনে মোৰ অলপ দেৰি হয়। যোৱা নিশা প্ৰায় আধা ঘন্টা সময় বাছৰ বাবে ৰোৱাৰ পিছত যেতিয়া বাছখন আহি পালে, বাছখন ইমান ভিৰ যে মোৰ বাবে উঠাটো জটিল হৈ পৰিল। মোৰ কৰ্মস্থান ঘৰৰ পৰা দূৰত হোৱাৰ বাবে খোজকাঢ়ি ঘৰলৈ যোৱাটো সম্ভৱ নহয়। যেতিয়া অত্যন্ত দেৰি হৈ গ’ল মই কেব এখন লৈ ঘৰ পালো কিন্তু সদায় কেব লোৱাটো অত্যন্ত ব্যয়বহুল। মই আশা কৰিছো এই সমস্যাটো সোনকালে সমাধান হ’ব।‘’

নাগালেণ্ডৰ পৰা দূৰণিবটীয়া বাছকে ধৰি ৭৩০ খন বাছ বিচৰা হৈছিল। তদুপৰি, ৭০০ খন সৰু মটৰ গাড়ীও নাগালেণ্ডলৈ ৰাওনা হ’ব।

আনহাতে, নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আন এখন ৰাজ্য মেঘালয়লৈ

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

August 19, 2025 10:55 am
বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

August 19, 2025 10:47 am
শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় এজন ছাত্ৰ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী

August 19, 2025 10:18 am
অসম-মেঘালয় সীমান্তত উত্তেজনা! বিদ্যুতৰ খুঁটা উভালি পেলোৱাক লৈ সীমান্তবাসীৰ মাজত সংঘাত

অসম-মেঘালয় সীমান্তত উত্তেজনা! বিদ্যুতৰ খুঁটা উভালি পেলোৱাক লৈ সীমান্তবাসীৰ মাজত সংঘাত

August 19, 2025 10:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিত চামিল হ’ব কংগ্ৰেছ! বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

August 19, 2025 10:55 am
বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

বলীউদৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা অচ্যুত পটদাৰৰ পৰলোকপ্ৰাপ্তি

August 19, 2025 10:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd