• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিত ল’কডাউনৰ বাবে গৃহবন্দী দৰিদ্ৰ পৰিয়ালৰ কাষত ঠিয় দিছে একাংশ হৃদয়বান মানুহ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
April 9, 2020 7:34 am
VideoCapture_20200408-085848
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
মহামাৰী ক’ৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশজুৰি ঘোষণা কৰা হৈছে ল’কডাউন। ঘৰতে আবদ্ধ হৈ থাকিব লগীয়া হোৱাৰ বাবে চহৰাঞ্চলৰ সমান্তৰালভাৱে নগাঁৱৰ চাপানালাৰ গ্ৰামাঞ্চল সমূহতো পূৰ্ণ প্ৰভাৱ পৰিছে ল’কডাউনৰ।
এইখিনি সময়ত একাংশ অতি দৰিদ্ৰ লোকে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।
তেনে সময়তে ৰেচন কাৰ্ডৰ জৰিয়তে চৰকাৰী চাউল পোৱা হিতাধিকাৰীৰ লগতে যি সকলে নিজৰ খেতিৰ পৰা বছৰৰ বাবে কিছু পৰিমাণো হলেও লাভান্বিত হয় সেইসকলে লুংচুং চাহ বাগিছা যুৱ মঞ্চৰ সহযোগত সংকটৰ সময়ত আৰ্তজনক এমুঠি অন্ন প্ৰদান কৰি দেখুৱাইছে এক উৎকৃষ্ট নিৰ্দশন।
লুংচুং চাহ বাগিছা যুৱ মঞ্চ আৰু ৰেচন কাৰ্ড হিতাধিকাৰী তথা খেতিয়কসকলে লোৱা আদৰণীয় পদক্ষেপে সকাহ প্ৰদান কৰিছে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী দৰিদ্ৰ ৰাইজক।
সাহায্য বিতৰণৰ সময়ত সামাজিক দূৰত্ব বজাই ৰাখি এক মিটাৰ দূৰে দূৰে সকলোকে শৃংখলাবদ্ধ ভাৱে শাৰী পতাই বিতৰণ কৰিছে খাদ্য সামগ্ৰী। লগতে সাহাৰ্য্য বিতৰণৰ আগত হাত ধুৱাৰো ব্যৱস্থা ৰাখি সকলোকে সচেতন কৰাৰো প্ৰয়াস কৰা দেখা গৈছে।
ইফালে একে উদ্দেশ্যেৰে চামগুৰিৰ লাওখোৱাৰ দৰিদ্ৰ ৰাইজৰ মাজলৈ আগবাঢ়ি আহিছে আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুৰুপ্ৰসাদ তালুকদাৰৰ নেতৃত্বত আমবাগান আৰক্ষী চকীৰ এটা দল।
আৰক্ষীৰ দলটোৱে আমবাগান আৰক্ষী চকীৰ এলেকাধীন মুঠ ২৬টা গাঁৱৰ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা যায়। লগতে আৰক্ষীৰ দলটোৱে তেওঁলোকৰ নিজ দৰমহাৰ পৰা এটা অংশ প্ৰধানমন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰেৰণ কৰৰো সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।
আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গুৰুপ্ৰসাদ তালুকদাৰৰ নেতৃত্বত আৰক্ষী দলটোৰ এই প্ৰশংসনীয় পদক্ষেপক লৈ ৰাইজৰ মাজত ব্যাপক সকাহ পৰিলক্ষিত হৈছে।
Apply Now
Tags: COVID-19
ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd