• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিদ-১৯-ক লৈ আমেৰিকাৰ সমালোচনাৰ পাছতে একতাৰ আহ্বান বিশ্ব স্বাস্থ্য সংস্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 8:51 am
WHO-Director-General-Tedros-Adhanom-Ghebreyesus-750x375

টেড্ৰ'চ

12.5k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমালোচনাৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাৰ সচিৱে সকলোকে একতাৰ বাবে আহ্বান জনাইছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সচিৱ প্ৰধান টেড্ৰ’চ আধান’মে বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্য্যক ৰক্ষণাবেক্ষণ দি কোভিদ-১৯-ক লৈ চলি ৰাজনীতিকৰণৰ অন্ত পেলাবলৈ আহ্বান জনায়।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইয়াৰ পূৰ্বে আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থালৈ আগবঢ়াই অহা সাহায্য বন্ধ কৰাৰ কথা বিবেচনা কৰিব বুলি উল্লেখ কৰিছিল।

ট্ৰাম্পে লগতে বিশ্ব স্বাস্থ্য সংস্থাই কোভিদ-১৯ মহামাৰীক লৈ চীনৰ পক্ষ লোৱা বুলিও সমালোচনা কৰিছিল।

ট্ৰাম্পৰ সমালোচনাৰ উত্তৰ দি টেড্ৰ’চে কয়, ‘‘আমি সকলো ৰাষ্ট্ৰৰ প্ৰতি সমভাৱাপন্ন আৰু ৰং হীন।’’

মঙলবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে বিশ্ব স্বাস্থ্য সংস্থাক সমালোচনাৰ লক্ষ্য কৰি লৈ সংস্থাটোৱে প্ৰথমে তেওঁলোকৰ অগ্ৰাধিকাৰৰ বিষয়ে জ্ঞাত হ’ব লাগে বুলি কৈছিল।

ট্ৰাম্পে লগতে আমেৰিকাই পৰৱৰ্তী সময়ত বিশ্ব সংস্থালৈ সাহায্য যোগান অব্যাহত ৰাখিব নে বন্ধ কৰিব সেই সম্বন্ধেও পৰ্য্যালোচনা কৰিব বুলি মত প্ৰকাশ কৰিছিল।

আনহাতে, ট্ৰাম্পৰ ভাবুকিৰ পাছত সাহায্য সম্পৰ্কে মত প্ৰকাশ কৰি আন এগৰাকী বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই বৰ্তমান সময় এই সম্বন্ধে বিচাৰ কৰাৰ সময় নহয় বৰ্তমান সময় হ’ল সংস্থাই কাম কৰাৰ সময় বুলি কয়।

Tags: COVID-19

Recent News

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd