• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মজুৰি বৃদ্ধিৰ দাবীত অহা ২৭ ফেব্ৰুৱাৰিত ৰাজ্যৰ চাহ বাগিচাত ধৰ্মঘট

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2018 7:59 am
TeaWorker Oxfam criticizes British supermarkets for sourcing tea from Assam where workers suffer from cholera and typhoid

অসমৰ চাহ বাগিচাত শ্ৰমিকে কাম কৰি থকাৰ ফাইল ছবি।

171
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘ দিনৰ পৰা উচিত প্ৰাপ্যৰ পৰা বঞ্চিত থকা চাহ শ্ৰমিকসকলে বিগত সময়ছোৱাত বহুবাৰ বাগিচা কৰ্তৃপক্ষৰ সৈতে আলোচনা-বিলোচনাত মিলিত হৈছে যদিও তেওঁলোকে আকাংক্ষিত মজুৰি আজি পৰ্য্যন্ত লাভ কৰা নাই। সেয়ে ইয়াৰ প্ৰতিবাদত অহা ২৭ তাৰিখে চাহ শ্ৰমিকসকলে এক ধৰ্মঘট কাৰ্য্যসূচী হাতত লৈছে। মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসম চাহ মজদুৰ সংঘই।

সংঘৰ পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহু স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কাৰ্য্যসূচীৰ কথা সংবাদ মাধ্যমক জনাইছে সংগঠনটোৱে।

বিজ্ঞপ্তিটোত জনোৱামতে মজুৰি বৃদ্ধিৰ দাবীৰ লগতে কৰ্মচাৰীসকলে বৰ্তমানে পাই থকা ভ্ৰমণ বানচ ১৫০০ টকাৰ পৰা ৬০০০ টকালৈ বৃদ্ধি কৰা আৰু স্থায়ী শ্ৰমিকসকলৰ ঘৰভাৰা প্ৰতিমাহে ৫০০ টকালৈ বৃদ্ধি কৰাৰ তিনিদফীয়া দাবীৰে চাহ মজদুৰ সংঘই এই ধৰ্মঘট কাৰ্যসূচীটো ৰূপায়ণ কৰিব।

ধৰ্মঘটৰ লগতে চাহ শ্ৰমিকসকলে বাগিচাই বাগিচাই প্ৰতিবাদী শোভাযাত্ৰাও উলিওৱা হ’ব বুলি বিজ্ঞপ্তিটোত প্ৰকাশ।

 

Recent News

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd