• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউন ভংগ! মৰণক শৰণ দি মহানগৰীৰ ৰাজপথত সহস্ৰাধিক জনতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 9, 2020 6:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউন খুলিলে নেকি? আজি মহানগৰীৰ পুৱাৰ ভাগৰ দৃশ্য দেখিলে আপোনাৰ মনতো তেনে এক প্ৰশ্নৰে উদয় হ’ব। মৰণক শৰণ দি পুৱাৰ ভাগত মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা।

গুৰুত্বপূৰ্ণ কথা যে চৰকাৰে শাক পাচলি বিক্ৰীৰ অনুমতি দিছিল যদিও বাৰম্বাৰ গ্ৰাহকক সামাজিক দূৰত্ব বজাই ৰাখি বস্তু ক্ৰয় কৰিবলৈ আহ্বান জনাই আহিছিল।

Apply Now

কিন্তু ল’কডাউনৰ ষষ্ঠদশ দিনা ল’কডাউন নামানি মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল বহু লোক। বহুলোকে নিজৰ ব্যক্তিগত বাহনৰে ওলাই অহাত মহানগৰীৰ ভিন্নস্থানত সৃষ্টি হয় তীব্ৰ যানযঁট।

খ্রীষ্টানবস্তিৰ যান-যঁট

মহানগৰীৰ গণেশগুৰি, খ্ৰীষ্টানবস্তি আৰু এ বি চিত প্ৰায় ১ ঘন্টা সময়ৰ বাবে সৃষ্টি হয় এই যানযঁট। মহানগৰীৰ সচাৰচৰ যান-যঁটৰ ছবিখন আৰু আজিৰ ছবিখনৰ কোনো পাৰ্থক্য দেখিবলৈ পোৱা নাযাব।

মহানগৰীৰ দিচপুৰৰ ৰাজধানী মছজিদৰ পৰা গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তললৈকে প্ৰায় এক কিঃ মিঃ পথত সৃষ্টি হয় তীব্ৰ যান-যঁট। বাহনৰ ভিৰ দেখি যান-বাহন আৰক্ষী আৰু মহানগৰ আৰক্ষীও কিছু সময়ৰ বাবে বিপাঙত পৰা পৰিলক্ষিত হয়। তেওঁলোকে যান-বাহনসমূহক নিয়ন্ত্ৰণ কৰাত এক প্ৰকাৰৰ ব্যৰ্থ বুলি ক’লেও ভুল কোৱা নহ’ব।

একাংশ জনতাই আৰক্ষীৰ ওচৰত দেখুৱাই গ’ল এটাৰ পাছত আন এটা অজুহাত। কিছু সংখ্যকে শাক-পাচলি বা অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈহে ওলাই আহিছে বুলি অজুহাত দেখুওৱা পৰিলক্ষিত হয়।

অৱশ্যে দিচপুৰ আৰক্ষীয়ে তেনে বহু ব্যক্তিগত বাহন বিশেষকৈ বাইক আৰু কাৰ জব্দ কৰি দিচপুৰ থানালৈ লৈ আহে। বহুসংখ্যক বাহনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰো ৰুজু কৰা বুলি জানিব পৰা গৈছে।

গণেশগুৰিৰ পাচলি বজাৰ

একেই দৃশ্য মহানগৰীৰ খ্ৰীষ্টানবস্তি, এ বি চি আদি অঞ্চলত। গণেশগুৰিৰ শাক-পাছলিৰ বজাৰত গ্ৰহকৰ মাজত দেখা পোৱা নগ’ল কোনোধৰণৰ সামাজিক দূৰত্ব। ইয়াৰ বিপৰীতে গাত-গা লগাই সকলোৱে শাক-পাছলি ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগায়।

তদুপৰি লালগণেশৰ শংকৰ হোটেলৰ সন্মুখত গ্ৰাহক সকলে চৰকাৰৰ অনুমতিপ্ৰাপ্ত শাক পাচলি দোকানৰ পৰা ক্ৰয় কৰিবলৈ আহি ভিৰ কৰা পৰিলক্ষিত হ’ল। তেওঁলোকৰ মাজতো কোনো সামাজিক ব্যৱধান দেখিবলৈ পোৱা নগ’ল।

এনে কিছুসংখ্যক লোকৰ অসাৱধানতাই বহুতকে চিন্তিত কৰি তুলিছে। ল’কডাউন বা সামাজিক দূৰত্বৰ অৰ্থ বুজি নোপোৱা এচাম লোকেই যেন এতিয়া মহানগৰবাসীলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আহিব বুলি সচেতন মহলে মত পোষণ কৰিছে।

Tags: COVID19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd