• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

বিজেপি দেশৰ সাংস্কৃতিক সংহতিৰ প্ৰতি ভাবুকি : দেৱব্ৰত শইকীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2018 8:55 am
Debabrata-Saikia--570x320

মেঘালয়ৰ আমপাতি সমষ্টিত নিৰ্বাচনী সমাৱেশত ভাষণ দি থকা অৱস্থাত দেৱব্ৰত শইকীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ আমপাতি সমষ্টিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ অসমৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিজেপিৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে। ১৭ ফেব্ৰুৱাৰিত নিৰ্বাচনী সমাৱেশত উপস্থিত ৰাইজক সম্বুধি তেওঁ কয় যে ২০১৪ লোকসভা নিৰ্বাচনৰ সময়ত মোদীয়ে প্ৰতি বছৰে ২ কোটিকৈ লোকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেইটো কৰা বাদেই, বৰং জি এছ টি আৰু বিমুদ্ৰাকৰণৰ জৰিয়তে তেওঁ প্ৰায় ১ কোটি লোকৰ চাকৰি কাঢ়ি ল’লে। জি এছ টিয়ে বহু উদ্যোগৰ ওপৰত অতিৰিক্ত বোজা দিয়াৰ ফলত বহু কোম্পানীয়ে তেওঁলোকৰ ব্যৱসায় বন্ধ কৰি দিব লগীয়া হ’ল।

শইকীয়াই বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলিও অভিযোগ উত্থাপন কৰি কয়, ‘বিজেপিয়ে কংগ্ৰেছৰ দিনত কোনো উন্নয়নৰ কাম হোৱা নাই বুলি কয়। কিন্তু ভাৰতে কংগ্ৰেছৰ ৬০ বছৰীয়া শাসনতে ভাৰত বিকাশৰ বহু ওপৰলৈ উঠিবলৈ সক্ষম হ’ল। স্বাধীনতা সংগ্ৰামৰ পৰাই কংগ্ৰেছৰ অৱদান অতুলনীয়। বৈজ্ঞানিক গৱেষণাকে ধৰি আমি প্ৰায় সকলো ক্ষেত্ৰতে অগ্ৰগতি লাভ কৰিলো। কিন্তু বিজেপিয়ে প্ৰতিমূৰ্তি নিৰ্মাণত কোটি কোটি টকা খৰচ কৰি আছে।’

Apply Now

আনহাতে তেওঁ বিজেপিক পুনৰ নামকৰণ আৰু ৰাজহুৱা ধনেৰে বিজ্ঞাপন দিয়াতহে পাকৈত বুলি কটাক্ষ কৰে। মোদীয়ে কংগ্ৰেছৰ দিনৰ ২৮খন ভাল ভাল আঁচনিক পুনৰ নামকৰণ কৰি নিজৰ দৰে প্ৰচাৰ কৰি বাহ বাহ লৈছে বুলি তেওঁ অভিযোগ কৰে।

উল্লেখযোগ্য যে নিৰ্বাচনী প্ৰচাৰে ভৰপক লোৱা মেঘালয়ত অসমৰ বিধায়কজনে প্ৰচাৰ চলোৱা আমপাতি বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ’ল বৰ্তমান মেঘালয়ৰ মুখ্য মন্ত্ৰী মুকুল চাংমা। সমষ্টিটোৰ প্ৰায় আধা সংখ্যক ভোটাৰ কোচ আৰু হাজং সম্প্ৰদায়ৰ। দেৱব্ৰত শইকীয়াই অসমীয়াত ভাষণ দিয়া বুলি জানিব পৰা গৈছে। তেওঁ মুকুল চাংমাক সমষ্টিটোৰ পৰা জিকাই পঠাবলৈ ভোটাৰসকলক আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd