• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাভাইৰাছৰ বিৰুদ্ধে জনসজাগতাই বোকাখাতত কমাইছে অন্য ৰোগো

উত্তম শইকীয়া by উত্তম শইকীয়া
April 10, 2020 4:47 pm
images.jpeg-2(1)

প্ৰতিনিধিত্বমূলক ফটো

912
VIEWS
Share on FacebookShare on Twitter

কৰ’নাভাইৰাছৰ বিৰুদ্ধে জনসজাগতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাই বোকাখাতত আন ৰোগ নোহোৱা কৰাতো সহায় কৰিছে।

বোকাখাত অসামৰিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডা৹ মিলন লস্কৰে এই কথা প্ৰকাশ কৰিছে।

ফাগুনৰ শেষৰ ফালে বসন্তৰ আগমনৰ লগে লগে ব্ৰহ্মপুত্ৰ উপত্যকাত বসন্ত, গ্ৰহণী ,টাইফয়ড, মেলেৰিয়া, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, ছালৰ ৰোগ আদিৰ আবিৰ্ভাৱ হোৱা দেখা যায়৷

মানুহৰ অসাৱধানতা, অপৰিস্কাৰ পৰিৱেশ আদিৰ বাবেই এই সময়চোৱাত এনেবোৰ ৰোগত ৰাজ্যখনত বহু মানুহ আক্ৰান্ত হয়৷

কিন্তু লকডাউনৰ সময়চোৱাত যোৱা ১৪টা দিনত এই ৰোগসমূহত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে৷

স্বাস্থ্য বিষয়া ডা৹ মিলন লস্কৰৰ মতে বিগত ৮ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈকে ১৪ টা দিনত বোকাখাত অসামৰিক চিকিৎসালয়লৈ অহা ৰোগীৰ সংখ্যা আছিল ৩৫১৭ গৰাকী৷

বিপৰীতে ২৪ মাৰ্চত লকডাউনৰ ঘোষণাৰ পাচৰে পৰা ৮ এপ্ৰিললৈকে হোৱা এই ১৬ দিনত চিকিৎসালয় খনলৈ ১৫৩৫ গৰাকী ৰোগীহে আহে৷

অৰ্থাৎ লকডাউনৰ পূৰ্বৰ ১৪ দিনতকৈ লকডাউনৰ পিচৰ ১৬ দিনত চিকিৎসালয়খনলৈ অহা ৰোগীৰ সংখ্যা ১৯৮২ গৰাকী হ্ৰাস পায়৷

লকডাউনৰ সময়ত ঘৰতে আবদ্ধ থকাৰ লগতে যানবাহনৰ চলাচল নিয়ন্ত্ৰণ হোৱাত প্ৰদূষণ হ্ৰাস পোৱাৰ উপৰিও মাস্ক, চেনিটাইজাৰ আদিৰ ব্যৱহাৰ কৰা বা সঘনাই হাত ধোৱাৰ বাবেও বসন্ত কালত হ’ব লগীয়া বহু ৰোগৰ পৰাও মানুহ ৰক্ষা পৰিছে বুলি ডা৹ মিলন লস্কৰে জনায়।

Tags: COVID19

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd