• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনত মাছ কিনিবলৈ ব্যক্তিগত বাহন লৈ অহা গ্ৰাহকৰ বিলৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 11, 2020 12:51 pm
WhatsApp Image 2020-04-11 at 12.11.20 PM

মাছ কিনিবলৈ বাইকেৰে অহা গ্ৰাহকৰ বাইক ক্ৰেনেৰে উঠাইছে যান-বাহন আৰক্ষীয়ে। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ ফিছফেডত নিজৰ ব্যক্তিগত বাহন বিশেষকৈ দুচকীয়া বাহন লৈ মাছ কিনিবলৈ আহি বিপাঙত পৰিল একাংশ লোক।

চৰকাৰৰ মীন বিভাগে যোগান ধৰা মাছ ক্ৰয় কৰি এসাজ ভালদৰে খাম বুলি একাংশই বাইক, স্কুটী লৈ ওলাই আহিছিল।

কিন্তু খোজ কাঢ়ি নাহি বাইক স্কুটী লৈ অহাটোৱে তেওঁলোকৰ ভুল হ’ল।

ভঙাঘৰ যান-বাহন আৰক্ষীয়ে পুৱাৰ পৰা তেনে বহুকেইখন বাইক জব্দ কৰি থানালৈ লৈ যায়। এদিনৰ বাবে বাহনসমূহ থানাত জব্দ কৰি ৰাখিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়াৰ লগতে বাহন কেইখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও জনায়।

উক্ত অঞ্চলৰ এজন লোকে নিজৰ AS 01DH 6554 নম্বৰৰ স্কুটীখন লৈ মাছ ক্ৰয় কৰিবলৈ অহাৰ উপৰিও চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ অহা বুলি অজুহাত দেখুৱাইছিল।

কিন্তু লোকজনে আৰক্ষীক ছিলিণ্ডাৰ বুকিং কাৰ্ডখন প্ৰদৰ্শন কৰিব নোৱাৰিলে। সেয়েহে লোকজনৰ স্কুটীখন ক্ৰেনেৰে উঠাই একেবাৰে লৈ গ’ল ভঙাঘৰ থানালৈ।

এইদৰে উপায় নাপাই মাছ ক্ৰয় কৰা বাদ দি বহু লোক শুদা হাতেৰে ঘৰলৈ যাবলগীয়া হয়।

WhatsApp Image 2020-04-11 at 12.11.21 PM
ৰূপনগৰস্থিতি ফিছফেডত বিক্ৰী কৰি থকা লোকেল মাছ। ফটো: নৰ্থইষ্ট নাও

এগৰাকী কৰ্তব্যৰত যান-বাহন আৰক্ষীয়ে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি লকডাউনৰ সময়ছোৱাত মাছ ক্ৰয় বা অন্য সামগ্ৰী ক্ৰয় কৰিবলৈ হ’লে খোজকাঢ়ি আহিব লাগে।

আনহাতে, এগৰাকী গ্ৰাহকৰ যুক্তি “আমি জু ৰোডৰ পৰা আহিলে ইমান দূৰ কেনেকৈ খোজ কাঢ়ি আহিম?”

মহানগৰীৰ ৰূপনগৰৰ ফিছফেডত পুৱা ৫ বজাৰ পৰা পৰা মাছ ক্ৰয় কৰাৰ বাবে গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হ’ল। ফিছফেডৰ যুটীয়া সঞ্চালক ডঃ ধ্ৰুৱজ্যোতি শৰ্মাই জনোৱা অনুসৰি কালিৰ দিনটোত প্ৰায় ১১০০ লোক মাছ ক্ৰয় কৰিবলৈ  ফিছফেডলৈ আহিছিল। লগতে কালিৰ দিনটোত মুঠ ১১ কুইণ্টল মাছ বিক্ৰী হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।

আজিৰ দিনটোতো পাঁচ শতাধিক লোকে মাছ ক্ৰয় কৰিবৰ বাবে শাৰী পাতি থিয় হোৱা দেখিবলৈ পোৱা গ’ল।

জানিব পৰা মতে, ভাঙোন, মিৰিকা, ৰৌ, কমন কাৰ্প, গ্লাছকাৰ্প, শ’ল আৰু কাৱৈ মাছ ইত্যাদি প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্যত মহানগৰবাসীয়ে ক্ৰয় কৰিছে।

তদুপৰি, কালিৰে পৰা মহানগৰীৰ তিনিটা পইণ্ট ক্ৰমে পাণ্ডু, জু ৰোড আৰু ভেটাপাৰা চাৰিআলিত ঘৰে ঘৰে মাছ বিক্ৰী কৰি আছে প্ৰশাসনৰ পৰা অনুমতিপ্ৰাপ্ত বেপাৰীয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd