• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰত গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদ আৰু নুৰাণী স্বেচ্ছাসেৱী সংগঠনৰ খাদ্য সামগ্ৰী বিতৰণ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 11, 2020 1:56 pm
IMG_20200411_092620

ফটো : নৰ্থ-ইষ্ট নাও

976
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাৰ আতংকৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক সন্মান প্ৰদৰ্শন কৰি নিজৰ লগতে  মানৱ জাতিক ৰক্ষা কৰাৰ পণ লৈ নিজকে গৃহবন্দী কৰি তীব্ৰ খাদ্য সংকটত ভুগিছে দেশৰ দুখীয়া শ্ৰেণীৰ হাজাৰ বিজাৰ লোক।

এনে সংকটপূৰ্ণ মুহূৰ্তত আজি বাক্সা জিলাৰ তামুলপুৰ আঞ্চলিক গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ বিষয়-ববীয়া সকল আৰু নুৰাণী স্বেচ্ছাসেৱী সংগঠনৰ বিষয় ববীয়া সকলে  দুখীয়া আৰ্তজনৰ ওচৰত থিয় দিছে।

আজি পুৱা তামুলপুৰ আঞ্চলিক গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আমিনুল হক চৌধুৰী আৰু সম্পাদক ৰুবুল আলিৰ নেতৃত্বত বিলপাৰ, দিমিলাপৰ, মাজদিয়া, কাঁহিবাৰী আদি গাঁৱৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ডেৰ শতাধিক দুখীয়া জনসাধাৰণ মাজত খাদ্য বস্তু বিতৰণ কৰে।

ইতিমধ্যে বিগত দুটা দিনত শতাধিক পৰিয়ালৰ মাজত ছাত্র সংগঠটোৱে আৰু স্বেচ্ছাসেৱী সংগঠনটোৱে সামাজিক ব্যৱধান বজাই ৰাখি খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে আৰু অঞ্চলটোৰ মুঠ পাঁচ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিব বুলি প্ৰকাশ কৰিছে।

ছাত্র সংগঠনটোৰ সভাপতি আমিনুল হক চৌধুৰীয়ে লক ডাউনৰ সময়ত সকলোকে ঘৰৰ ভিতৰত আৱদ্ধ থাকি নিজৰ লগতে দেশবাসীক ৰক্ষা কৰাৰ বাবে আহ্বান জনায়।

Recent News

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd