• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ল’কডাউন বৃদ্ধি সন্দৰ্ভত প্ৰধান মন্ত্ৰীয়ে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে; বৈঠকৰ অন্তত মোদীক প্ৰশংসা কেজৰিৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2020 4:10 pm
Congratulating Arunachal Pradesh on 'Statehood Day', Modi faces Kejriwal's 'request'

মোদী আৰু কেজৰিৱাল। ছবি সৌজন্য-- India Today|

2.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ল’কডাউনৰ সময়সীমা বৃদ্ধি সন্দৰ্ভত হোৱা বৈঠকৰ অন্তত প্ৰধান মন্ত্ৰীক প্ৰশাংসা কৰিছে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

‘‘প্ৰধান মন্ত্ৰীয়ে ল’কডাউন বৃদ্ধি কৰা সন্দৰ্ভত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে,’’ টুইটাৰত কেজৰিৱালে উল্লেখ কৰে।

‘‘আমি আগতীয়াকৈ ল’কডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ভাৰতে আজি অন্য উন্নত দেশতকৈ সংক্ৰমণৰ ক্ষেত্ৰত সন্তোষজনক স্থানত আছে। যদিহে আজি আমি ল’কডাউন বন্ধ কৰি দিও সকলো প্ৰচেষ্টা অথলে যাব। সকলো দিশ সামৰি ইয়াক বৃদ্ধি কৰা প্ৰয়োজন,’’ কেজৰিৱালে লগতে কয়।

উল্লেখযোগ্য যে, বৈঠকত দিল্লীৰ লগতে পাঞ্জাৱৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথকে ধৰি সকলো ৰাজ্যৰ মুখ্য মন্ত্ৰী উপস্থিত থাকে।

আনহাতে, অনলাইন বৈঠকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ মুখ্য মন্ত্ৰী সকলৰ কোভিদ-১৯ সম্বন্ধীয় যিকোনো পৰামৰ্শৰ বাবে ২৪x৭ ঘণ্টা উপলব্ধ আছে বুলি কয়।

‘‘মই আপোনালোকৰ বাবে ২৪x৭ ঘণ্টা উপলব্ধ আছো। আপোনালোকে যেতিয়াই ইচ্ছা মোলৈ ফোন কৰিব পাৰে। আমি সকলোৱে একেলগে এই যুদ্ধ জয়ী হ’ব লাগিব,’’ নৰেন্দ্ৰ মোদীয়ে লগতে কয়।

Tags: COVID-19

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd