• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত ১৯ জনক কুৱাৰেণ্টাইন, ভাগ লৈছিল গুৱাহাটীৰ আঠগাওঁ মছজিদৰ অনুষ্ঠানত

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
April 11, 2020 10:47 pm
images.jpeg-2(1)

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰীৰ ১৯ গৰাকী লোকক কুৱাৰেণ্টাইন কৰা হৈছে।

আটাইকেইজন ব্যক্তিয়ে যোৱা ১২ মাৰ্চত গুৱাহাটীৰ আঠগাওঁ মছজিদত এক অনুষ্ঠানত ভাগ লৈছিল।

Apply Now

উক্ত অনুষ্ঠানত ভাগ লোৱা তিনিজন ব্যক্তি ইতিমধ্যে ক’ভিড-১৯ আক্ৰান্তৰূপে চিনাক্ত হৈছে। আঠগাওঁ মছজিদক কণ্টেইনমেণ্ট এলেকাৰূপে ঘোষণা কৰা হৈছে।

ধুবুৰীত কুৱাৰেণ্টাইন কৰা আটাইকেইজন ব্যক্তিয়ে তাবলিগি জামাতৰ সদস্য বুলি জানিব পৰা গৈছে।

বিলাসীপাৰা মছজিদকো ছীল কৰি এলেকাটোক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰা হৈছে।

ধুবুৰীৰ দুয়োজন ক’ভিড-১৯ পজিটিভ ৰোগীৰ লগতে কুৱাৰেণ্টাইন কৰা আন একাংশয়ো বিলাসীপাৰা মছজিদত এক সভাত ভাগ লৈছিল।

ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত পি মজুমদাৰে জনায়, “ধুবুৰীৰ নজন ব্যক্তিক ধুবুৰী অসামৰিক চিকিৎসালয়ৰ সমীপৰ ডি আৰ ডি এ অতিথিশালাত ৰখা হৈছে। বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ব্যক্তিসকলক বোৰ্কান্দা পি এফ একাডেমি আৰু চাপৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কুৱাৰেণ্টাইন কৰা হৈছে।”

১৯ গৰাকী ব্যক্তিৰে নমুনা সংগ্ৰহ কৰা হৈছে আৰু পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

জিলাখনত ২৪৫৭গৰাকী ব্যক্তিক হ’ম কুৱাৰেণ্টাইনত ৰখাৰ বিপৰীতে ৫৪৪ গৰাকী ব্যক্তিক বিভিন্ন কেন্দ্ৰত কুৱাৰেণ্টাইন কৰা হৈছে।

Tags: COVID-19
মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd