• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ নিৰ্দেশত বজালীৰ দুৰ্গতৰ কাষত উপায়ুক্ত: সাহায্য বিতৰণ, চৰকাৰী অনুদানৰ আশ্বাস

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
April 12, 2020 10:53 am
IMG_20200411_122924

বজালীৰ দুৰ্গতৰ মাজত বৰপেটাৰ উপায়ুক্তৰ সাহায্য বিতৰণ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউন আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভীষণভাবে ক্ষতিগ্ৰস্ত হোৱা পাঠশালাৰ বন্ধসিধনী গাঁৱৰ কেবাটাও পৰিয়ালৰ মাজত মুখ্য মন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই শনিবাৰে কিছু পৰিমানৰ খাদ্য সামগ্ৰী সাহায্য হিচাপে বিতৰণ কৰে।

গাওঁখনৰ মহাৰাণী চুবাৰ শ্ৰমজীবী দৰিদ্ৰপৰিয়াল কেইটা যোৱা বানপানীৰ সময়ত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি শেহতীয়া ধুমুহা বতাহতো তেওঁলোকৰ ঘৰ দুৱাৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল।

Apply Now

এই বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে অৱগত হোৱাৰ পিছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা উপায়ুক্তক ফোনত যোগাযোগ কৰি ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক তাৎক্ষণিকভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ পৰামৰ্শ দিয়াত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই  পৰিয়ালকেইটাৰ ঘৰত উপস্থিত হৈ তেওঁলোকৰ খা-খবৰ লয়।

তেওঁ সাতটা পৰিয়ালক নিজ হাতে চাউল, দাইল আদি বিতৰণ কৰাৰ উপৰি পাটাছাৰকুছি ৰাজহ চক্ৰৰ ফালৰ পৰাও অঞ্চলটোৰ আন চাৰিটা দুৰ্দশাগ্ৰস্ত পৰিয়াললৈ সাহায্য আগবঢ়ায়।

উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে এই পৰিয়াল কেইটাক ৯৫ হাজাৰ টকাকৈ বান সাহায্য প্ৰদানৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰলৈ প্ৰস্তাব প্ৰেৰণ কৰা হৈছে। তদুপৰি, সম্ভৱ হলে তেওঁলোকক প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদানৰ বিষয়টোও গুৰুত্ব সহকাৰে বিবেচনা কৰা হ’ব বুলি শৰ্মাই আশ্বাস দিয়ে।

মুখ্য মন্ত্ৰী তথা উপায়ুক্ত গৰাকীৰ এই ভূমিকাত গাওঁবাসীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। উপায়ুক্ত গৰাকীৰ সৈতে বজালী মহকুমাৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু পাটাছাৰকুছিৰ চক্ৰ বিষয়া সঙ্গীতা শৰ্মাও উপস্থিত থাকে।

উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ পৰা সাহায্য লাভ কৰা দুৰ্গত পৰিয়াল কেইটা হৈছে – গণেশ কলিতা, হৰময়ী কলিতা, উত্তম কলিতা, গোলাপী কলিতা, ভবেন কলিতা, গোগিন কলিতা, পল্লবী কলিতা, তপন কলিতা, হৰমোহন কলিতা আৰু জয়ন্তী কলিতা।

ইপিনে উপায়ুক্তই ৰাষ্ট্ৰীয় ঘাইপথত নিজেই কেবাখনো যান-বাহন পৰীক্ষা কৰে। লকডাউন উলংঘা কৰি বিভিন্ন আজুহাতত ৰাজপথত গাড়ী চলাই ফুৰা কেবাজনকো সতৰ্ক কৰি দিয়াৰ লগতে ব্যৱস্থাও গ্ৰহণ কৰে।

আনহাতে, লকডাউন জনিত পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে শুকুৰবাৰে আবেলি জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাগৃহত উপায়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণব কুমাৰ শৰ্মাৰ উপৰি জিলা প্ৰশাসনৰ সকলো বিষয়া আৰু জ’নেল আৰু ছেক্টৰ বিষয়া হিচাপে নিয়োজিত বিষয়া সকলো উপস্থিত থাকে।

জিলাখনত লকডাউনৰ নীতিসমূহ সঠিকভাবে পালন কৰাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সম্পৰ্কত সভাত গুৰুত্ব সহকাৰে আলোচনা কৰা হয়।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd